• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি, নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক

জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি, নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক

4 years ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

16 minutes ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

3 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

13 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

13 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

14 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

15 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

16 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

16 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি, নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক

editor by editor
October 24, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, স্বাস্থ্য
0
জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি, নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ স্বাস্থ্যৰ অৱনতি। গুৱাহাটিস্থিত নেমকেয়াৰ হাস্পতালত বয়োজ্যেষ্ঠ শিল্পীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ হৃদৰোগ বিভাগৰ ICU-ত ভৰ্তি কৰোৱা হৈছে শিল্পীগৰাকীক।

দীপাৱলীৰ দিনটোতেই হঠাতেই অসুস্থ হৈ পৰিছে বয়োজ্যেষ্ঠ অভিনেতাগৰাকী। অসমীয়া চলচ্চিত্ৰ জগতত ওতপ্ৰোতভাৱে জড়িত হৈ থকা অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাক লৈ সামাজিক মাধ্যমত বিশেষ পষ্ট শ্বেয়াৰ কৰিছে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰেও।

শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰি সীমান্ত শেখৰে লিখিছে,’অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ শ্ৰদ্ধাৰ নিপন গোস্বামী ডাঙৰীয়াক স্বাস্থ্যৰ অৱনতি হোৱা বাবে গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ হৃদ ৰোগ বিভাগৰ ICU ত ভৰ্তি কৰোৱা হয়। তেখেতৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰি আজিৰ পৱিত্ৰ দিপাৱলীৰ দিনটোত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো। তেখেতে অতি সোনকালে আৰোগ্য হৈ পুনৰ অসমীয়া চলচিত্ৰ জগতলৈ অৱদান আগবঢ়াব বুলি আশা ৰাখিলো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

June 24, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

June 24, 2026
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
Next Post
অসম লাইভ ২৪য়ে আয়োজন কৰা পূজা মণ্ডপ প্ৰতিযোগীতাত কোনে লাভ কৰিলে শ্ৰেষ্ঠতৰ সন্মান?

অসম লাইভ ২৪য়ে আয়োজন কৰা পূজা মণ্ডপ প্ৰতিযোগীতাত কোনে লাভ কৰিলে শ্ৰেষ্ঠতৰ সন্মান?

শাস্ত্ৰ অনুসৰি ভাতৃ দ্বিতীয়া পালন কৰোতে এইকেইটা কাম নকৰিলে অমঙ্গল হয়…

শাস্ত্ৰ অনুসৰি ভাতৃ দ্বিতীয়া পালন কৰোতে এইকেইটা কাম নকৰিলে অমঙ্গল হয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.