• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

12 months ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

2 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

2 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

3 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

4 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

4 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

5 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

6 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?

editor by editor
October 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
দিল্লীৰ ছিকিউৰিটি গাৰ্ডৰ পৰা ৪০০ কোটি টকাৰ মালিক, বিহাৰত নজৰ কাঢ়িছে এইগৰাকী প্ৰাৰ্থীয়ে, কোন এই ব্যক্তি?
0
SHARES
422
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ শেওহৰ জিলাৰ সাধাৰণ এখন গাওঁৰ পৰা অহা নীৰজ সিং আজি ৰাজ্যখনৰ এজন লেখত ল’বলগীয়া উদ্যোগী৷ এইবাৰ তেওঁ সুৰাজ পাৰ্টিৰ প্ৰাৰ্থীও৷ মাত্ৰ ৩৮বছৰ বয়সীয়া এই উদ্যোগীৰ জীৱনযাত্ৰা কোনো এখন চিনেমাৰ গল্পতকৈ কম নহয়৷ দৰিদ্ৰ পৰিয়ালৰ পৰা অহা নীৰজ আজি ৪০০ কোটি টকীয়া ব্যৱসায়ী৷ আজি প্ৰায় ২০০০ মানুহক তেওঁ কৰ্মসংস্থাপনো দি আছে৷

নীৰজ সিঙে সৰুৰেপৰাই পৰিয়ালৰ আৰ্থিক অভাৱ দূৰ কৰিবৰ বাবে বিভিন্ন কাম কৰিছিল৷ মাত্ৰ ১৩ বছৰ বয়সতেই মাধ্যমিক পাছ কৰাৰ পাছত তেওঁ গাওঁত পেট্ৰল আৰু ডিজেল বিক্ৰি কৰি পিতৃ মাতৃক ঘৰ চলোৱাত সহায় কৰিছিল৷ কিন্তু সেই জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহে তেতিয়া যেতিয়া তেওঁ কামৰ সন্ধানত দিল্লীলৈ যায়৷ তাতেই তেওঁ ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ এবছৰ তাত কাম কৰাৰ পাছত তেওঁ পুনেলৈ যায় আৰু বেচৰকাৰী কোম্পানীৰ অফিচত এটেণ্ডেণ্ট হিচাপে যোগ দিয়ে৷ কৰ্মনিষ্ঠা আৰু অধ্যাবসায়ৰ বলতেই তেওঁ দ্ৰুত মানৱসম্পদ বিভাগত কাম কৰাৰ সুযোগ পায়৷

ইয়াৰপাছতেই ২০১০ চনত তেওঁ নিজেই শস্যৰ ব্যৱসায় আৰম্ভ কৰে৷ ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ ব্যৱসায়িক সাফল্যৰ যাত্ৰা৷ অলপ সময়ৰ ভিতৰতেই তেওঁৰ ব্যৱসায় আগবাঢ়ে৷ তেওঁ প্ৰতিষ্ঠা কৰে উষা ইণ্ডাষ্ট্ৰিজ যিয়ে ইটা, ব্লক, টাইলছ আৰু বিভিন্ন নিৰ্মাণ সামগ্ৰী তৈয়াৰ কৰে৷ বৰ্তমান তেওঁৰ কোম্পানীয়ে ৰাস্তা নিৰ্মাণ প্ৰকল্পৰ কামো কৰিছে আৰু সম্প্ৰতি তেওঁৰ এখন পেট্ৰল পাম্পো আছে৷

এই সময়ত নীৰজ সিঙৰ নিজৰ কোনো চাইকেলো নাছিল৷ প্ৰতিবেশীসকলৰ পৰাও ধাৰ লৈ কাম কৰিছিল তেওঁ৷ আজি তেওঁ একাধিক বিলাসবহুল বাহনৰ মালিক৷ তেওঁৰ এই সাফল্যৰ পিছত আছে অক্লান্ত পৰিশ্ৰম, শৃংখলা আৰু জীৱনৰ প্ৰতি অদম্য ইচ্ছাশক্তি৷ নীৰজ সিঙে বৰ্তমান তেওঁৰ পত্নী আৰু দুই সন্তানৰ আৰু পিতৃ মাতৃৰ সৈতে থাকে৷ তেওঁ আইনশাস্ত্ৰত স্নাতকো৷ তেওঁ দুই ভাতৃয়ে পাৰিবাৰিক ব্যৱসায়তেই জড়িত৷ কেৱল ব্যৱসায়েই নহয়, সমাজসেৱাতো তেওঁ সক্ৰিয়ভাৱে যুক্ত৷ তেওঁ বহু দুখীয়া পৰিয়ালক কন্যাৰ বিবাহৰ খৰচ বহন কৰিছে৷ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা আৰু বয়স্ক নাগৰিকৰ তীৰ্থযাত্ৰাৰ ব্যৱস্থাও তেওঁ কৰি আহিছে৷

সেই নীৰজেই এতিয়া জন সুৰাজ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে শেওহৰ বিধানসভাৰ পৰা নিৰ্বাচন খেলিছে৷ শুকুৰবাৰে তেওঁ মনোনয়নপত্ৰ জমা দিব৷ নিৰ্বাচনৰ পূৰ্বে তেওঁ কয়, ‘সঁচাকৈয়ে ৰাজনীতিয়ে মানুহক সলনি কৰি দিব পাৰে৷ বিহাৰত সকলো আছে প্ৰয়োজন কেৱল সেইসমূহক সঠিকভাৱে আগুৱাই নিয়াৰ ইচ্ছাশক্তি আৰু সঠিক দিক নিৰ্দেশনা৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
শুক্ৰৰ প্ৰিয় এই ২ ৰাশি খুবেই লাকি! জীৱনত গাড়ী, ঘৰ সকলো সম্পদ লাভ কৰে এওঁলোকে

শুক্ৰৰ প্ৰিয় এই ২ ৰাশি খুবেই লাকি! জীৱনত গাড়ী, ঘৰ সকলো সম্পদ লাভ কৰে এওঁলোকে

ৰাহুল গান্ধী ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো, কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাইঃ মুখ্যমন্ত্ৰী

ৰাহুল গান্ধী ২৮ দিন পাছত আহিছে আহক আমি স্বাগতম জনাইছো, কাইলৈ সেই সময়ত গৰিমা গাৰ্গৰ কাষত থিয় হওঁতে ময়ো যাব পাৰো ঠিক নাইঃ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.