• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

2 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

4 minutes ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

2 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

3 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

21 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

22 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

23 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

24 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

1 day ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

editor by editor
January 15, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আসন্ন বাজেট সম্পৰ্কত অনলাইনৰ মাধ্যমেৰে জনসাধাৰণৰ পৰা মতামত বিচাৰিছিল নিৰ্মলা সীতাৰমনে৷ সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যেই কেইবালাখো অনুৰোধ তেওঁ লাভ কৰিছে৷ ইয়াৰে এটা বৃহৎ অংশই প্ৰভিডেণ্ট ফাণ্ড সংক্ৰান্তিয় অনুৰোধ ৰাখিছে৷ কাৰণ পি এফ সম্পূৰ্ণৰূপে কৰমুক্ত নহয়৷ এইবাৰৰ বাজেটত সেই নিয়মৰ সলনি কৰি প্ৰভিডেণ্ট ফাণ্ডৰ সুদত আয়কৰৰ মাত্ৰা শূন্য কৰি দিবলৈ অনুৰোধ কৰিছে বহুসংখ্যক জনতাই৷

বৰ্তমান কোনো ব্যক্তিৰ পি এফ একাউণ্টত বছৰি আঢ়ৈ লাখ টকা জমা তৰিলে তাৰ পৰা প্ৰাপ্ত সুদৰ ওপৰত কোনো ধৰণৰ আয়কৰ নলয় চৰকাৰে৷ কিন্তু ধনৰ অংক তাতকৈ বেছি হ’লে তাৰ পৰা প্ৰাপ্ত সুদত দিব লগা হয় কৰ৷ এইবাৰৰ বাজেটত এই নিয়মৰেই সালসলনি বিচাৰিছে জনতাই৷ ইয়াৰ ফলত ভৱিষ্যৎ সঞ্চয় কিছু বাঢ়িব৷

ৰাষ্ট্ৰায়ত্ত আৰু বেচৰকাৰী সংস্থাৰ কৰ্মীসকলৰ পিএফ নিয়ন্ত্ৰণকাৰী সংস্থা হৈছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেছন বা ইপিএফো৷ ইয়াত চাকৰিয়াল আৰু নিয়োগকাৰী সংস্থা, দুয়োৱেই ধন জমা কৰিব লাগে৷ ই পি এফ ওৰ অৱদানৰ ওপৰত কৰ সম্পূৰ্ণৰূপে অপসাৰণৰ দাবীও লাভ কৰিছে কেন্দ্ৰীয় অৰ্থ মন্ত্ৰণালয়ে৷ ইয়াৰোপৰি এইবাৰৰ বাজেটত নূন্যতম মজুৰি বৃদ্ধিৰ বিষয়টোত নিৰ্মলা সীতাৰমণে ডাঙৰ কোনো ঘোষণা কৰিব বুলি আশাবাদী বহুজনেই৷
ইতিমধ্যেই গণমাধ্যমৰ সন্মুখত মুখ খুলিছে কেইবাটাও শ্ৰমিক সংগঠনে৷ তেওঁলোকৰ দাবী বিগত ১১ বছৰ ধৰি নূন্যতম মজুব বৃদ্ধি কৰা নাই কেন্দ্রই৷ ইয়াৰ বাবে ইপিএফওৰ অৱদান কমিছে৷ ফলত বেচৰকাৰী সংস্থাৰ কৰ্মীসকলৰ বেছিভাৱেই অৱসৰজীৱনত সামান্য পেঞ্চনহে পায়৷ আসন্ন বাজেটত এই দিশত চৰকাৰে নজৰ দিয়ক৷ এই দাবী অধিকাংশ শ্ৰমিক সংগঠনৰে৷
বিগত বছৰ ডোনাল্ড ট্ৰামে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট হিচাপে শপত লোৱাৰ পাছতেই ভাল ৰিটাৰ্ণ দিছে ক্ৰিপ্টো মুদ্ৰাই৷ ফলত ভাৰততো বাঢ়িছে ক্ৰিপ্টোত বিনিয়োগকাৰীৰ সংখ্যা৷ আৰু সেয়ে এইবাৰৰ বাজেটত ক্ৰিপ্টো মুদ্ৰাৰ ওপৰত কৰৰ মাত্ৰা চৰকাৰে ২০শতাংশলৈ নমাই আনক সেয়াই বিচাৰিছে বিনিয়োগকাৰীসকলে৷ বৰ্তমান ক্ৰিপ্টো মুদ্ৰাৰ ওপৰত কৰ ৩০শতাংশ আৰু এক শতাংশ টিডিএছো লৈ আছে কেন্দ্রই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

January 15, 2026
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে
জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

January 15, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

January 15, 2026
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
Next Post
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন