• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানী শ্য’কুৰ মানাবে, ক্ল’জ হ্যেচেলমেন আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা

বিজ্ঞানী শ্য’কুৰ মানাবে, ক্ল’জ হ্যেচেলমেন আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা

5 years ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

1 hour ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

2 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

2 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

4 hours ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

4 hours ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

6 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

6 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

7 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

8 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

বিজ্ঞানী শ্য’কুৰ মানাবে, ক্ল’জ হ্যেচেলমেন আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা

editor by editor
October 5, 2021
in অসম, গুৱাহাটী, বিজ্ঞান, বিশ্ব, ভাৰত
0
বিজ্ঞানী শ্য’কুৰ মানাবে, ক্ল’জ হ্যেচেলমেন আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পদাৰ্থ বিজ্ঞানৰ নবেল ঘোষণা৷ বিজ্ঞানী শ্য’কুৰ মানাবে, ক্ল’জ হ্যেচেলমেন আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা৷ মঙলবাৰে নবেল এচেম্বলীয়ে ঘোষণা কৰে এই পুৰষ্কাৰ৷ বিশ্বৰ জটিল ভৌতিক প্ৰণালী সন্দৰ্ভত আগবঢ়োৱা মহত্বপূৰ্ণ অৱদানৰ বাবে আগবঢ়োৱা হৈছে এই পুৰষ্কাৰ৷ ছুইডেনৰ দ্য ৰয়েল ছুইডিছ একাডেমী অৱ ছাইঞ্চে আগবঢ়াইছে এই পুৰষ্কাৰ৷ ‘for the physical modelling of earth’s climate, quantifying variability and reliably predicting global warming’ সন্দৰ্ভত আগবঢ়োৱা অৱদানৰ বাবে শ্য’কুৰ মানাবে আৰু ক্ল’জ হ্যেচেলমেনলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে পদাৰ্থ বিজ্ঞানৰ নবেল৷ আৰু জ্যৰ্জিঅ’ পেৰিছিলৈ ‘for the discovery of the interplay of disorder and fluctuations in physical systems fromatomic to planetary scales’ বিষয়ত আগবঢ়োৱা হৈছে নবেল বঁটা৷ বৰ্তমানলৈকে এইক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২১৬গৰাকী ব্যক্তিক স্বীকৃতি প্ৰদান কৰিছে৷

BREAKING NEWS:
The Royal Swedish Academy of Sciences has decided to award the 2021 #NobelPrize in Physics to Syukuro Manabe, Klaus Hasselmann and Giorgio Parisi “for groundbreaking contributions to our understanding of complex physical systems.” pic.twitter.com/At6ZeLmwa5

— The Nobel Prize (@NobelPrize) October 5, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24giorgio parisiklaus hasselmannnobel prize in physicssyukuro manabe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
Next Post
উপ নিৰ্বাচন আৰু অগপ

উপ নিৰ্বাচন আৰু অগপ

উত্তৰ প্ৰদেশৰ কৃষক হত্যাৰ ঘটনা

উত্তৰ প্ৰদেশৰ কৃষক হত্যাৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.