• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথত কেইবাপাক খাই ১৮ মানুহেৰে সৈতে উফৰি পৰিল মিনি ট্ৰাক, পুৱাই নগাঁও জিলাত এই ঘটনা

2 years ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

6 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

7 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

8 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

9 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

10 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

11 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

12 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজপথত কেইবাপাক খাই ১৮ মানুহেৰে সৈতে উফৰি পৰিল মিনি ট্ৰাক, পুৱাই নগাঁও জিলাত এই ঘটনা

editor by editor
April 7, 2024
in অসম, উত্তৰ-পূব
0
ৰাজপথত কেইবাপাক খাই ১৮ মানুহেৰে সৈতে উফৰি পৰিল মিনি ট্ৰাক, পুৱাই নগাঁও জিলাত এই ঘটনা
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজপথত কেইবাপাক খাই ১৮ মানুহেৰে সৈতে উফৰি পৰিল মিনি ট্ৰাক, পুৱাই নগাঁও জিলাত এই ঘটনা

পুৱাই নগাঁও জিলাত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। ১৮ মানুহেৰে সৈতে ৰাজপথতে উফৰি পৰিল এখন মিনি ট্ৰাক। কেইবাজনৰো অৱস্থা সংকটজনত।

জিলাখনৰ চামগুৰিৰ হাঁহচৰা-বৰালিগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনাটো। দুৰ্ঘটনাটোত আহত ১৮ জন, ৪ জনৰ অৱস্থা সংকটজনক।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে কেইবালুটি খালে এখন টাটা ম’বাইল মিনিট্ৰাক। দুৰ্ঘটনাটোৰ ফলত ৰাজপথৰ ওপৰত বহু দূৰলৈকে চিটিকি পৰে মিনিট্ৰাক খনত থকা ১৮জনকৈ লোক।

যাৰ ফলত বেয়াকৈ দুৰ্ঘটনাত পতিত হয় কেউগৰাকী লোক। সংকটজনক অৱস্থাত কেউগৰাকী লোককে ততাতৈয়াকৈ লৈ যোৱা হয় নগাঁৱলৈ।

ৰাইজৰ সহযোগত আহত সকলক উদ্ধাৰ কৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলে। উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা সেই ঠাইত পূৰ্বৰে পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentNogaonNogaon Policeroad accidentSamoguri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ
অপৰাধ

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
Next Post
মোদীক দ্ৰোণাচাৰ্য মানি অংগুষ্ঠ প্ৰদান এজন লোকৰ, কিয়নো…

মোদীক দ্ৰোণাচাৰ্য মানি অংগুষ্ঠ প্ৰদান এজন লোকৰ, কিয়নো...

ৰামলালাক গৰমৰ পৰা ৰক্ষা কৰিবলৈ গৰ্ভগৃহত কৰিলে এই কাম…

ৰামলালাক গৰমৰ পৰা ৰক্ষা কৰিবলৈ গৰ্ভগৃহত কৰিলে এই কাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন