• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

1 year ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

22 minutes ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

1 hour ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

1 hour ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

4 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

4 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

5 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

6 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

7 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

8 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

8 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

9 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

editor by editor
March 16, 2025
in বিবিধ, বিশ্ব
0
নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত
0
SHARES
504
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত

ইউৰোপৰ উত্তৰ মেচিডোনিয়া দেশত আজি দেওবাৰে এক ভয়ংকৰ ঘটনাত একেলগে প্ৰাণ হেৰুৱাই ৫০ জন লোকে। ইয়াৰ উপৰি শতাধিক লোক আহত। দেশখনৰ কোকানি চহৰৰ এটা নাইট ক্লাবত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এইদৰে প্ৰাণ হেৰুৱাই বহু লোকে।

ভাৰতীয় সময় অনুসৰি আজি পুৱাৰ ভাগত ঘটনা এই ঘটনাত ৫১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবা ডজন লোক আহত হৈছে। খবৰ অনুসৰি ক্লাবটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰায় ১৫০০ লোক উপস্থিত আছিল।

মেচিডোনিয়াৰ মিডিয়া ইনফৰ্মেশ্যন এজেন্সীয়ে (এম আই এ) প্ৰকাশ কৰা অনুসৰি ১৫ মাৰ্চৰ শেষৰ ফালে ক্লাবটোত বেণ্ডটোৰ ডি এন এৰ কনচাৰ্টৰ সময়ত আতচবাজী জ্বলোৱাৰ ফলত নাইট ক্লাবটোত অগ্নিকাণ্ড সংঘটিত হয়। ছ’চিয়েল মিডিয়াত বৰ্তমানে সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

উত্তৰ মেচিডোনিয়াৰ ৰাজহুৱা অভিযুক্ত কাৰ্যালয়ে এক বিবৃতিত কয় যে বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে। লগতে ইয়াকো কয় যে, এই অগ্নিকাণ্ডত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে, কাৰণ আহতসকলৰ সৰহ সংখ্যকৰ অৱস্থা গুৰুতৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fireFire BlastMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট
বাণিজ্য

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

June 26, 2026
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব
জীৱনশৈলী

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

June 26, 2026
Next Post
পাকিস্তানী সেনাৰ ওপৰত BLAৰ ভয়ংকৰ আক্ৰমণ, ৯০ সৈনিক নিহত হোৱাৰ দাবী

পাকিস্তানী সেনাৰ ওপৰত BLAৰ ভয়ংকৰ আক্ৰমণ, ৯০ সৈনিক নিহত হোৱাৰ দাবী

৭ এপ্ৰিলৰ পূৰ্বে সকলো সমস্যা সমাধান হ’ব ৩ ৰাশিৰ লোকৰ, বুধ গ্ৰহই কৰিব কৃপা

৭ এপ্ৰিলৰ পূৰ্বে সকলো সমস্যা সমাধান হ'ব ৩ ৰাশিৰ লোকৰ, বুধ গ্ৰহই কৰিব কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.