• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

2 years ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

42 minutes ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

1 hour ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

2 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

3 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

4 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

5 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

5 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

13 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

14 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

15 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

editor by editor
October 19, 2023
in বিবিধ, ভাৰত
0
দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ
0
SHARES
22.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বৰ্ষত ধনতেৰছ আৰু দীপাৱলীৰ পূৰ্বেই ধনবান হ’ব কেইটামান ৰাশিৰ জাতক। নৱেম্বৰ মাহত একাধিক গুৰুত্বপূৰ্ণ গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব। ইয়াৰ মাজতেই দীপাৱলীৰ আগে আগে ৰাশি আৰু গতি সলাব তিনিটা গ্ৰহই। ৩ নৱেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। তাৰপাছতেই শনি কুম্ভ ৰাশিত মাৰ্গী হ’ব। ৬ নৱেম্বৰত আকৌ ৰাশি পৰিবৰ্তন কৰি বুধে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত দীপাৱলী আৰু কালিপূজাৰ আগতেই একাধিক ৰাশিৰ ভাগ্য খুলিব। নৱেম্বৰ মাহজুৰি উন্নতিৰ শিখৰত থাকিব কেইটামান ৰাশিৰ জাতক।

মেষ ৰাশি
শুক্ৰ আৰু শনিৰ পৰিবৰ্তনৰ ফলত মেষ ৰাশিৰ জাতকৰ কেৰিয়াৰলৈ উন্নতি আহিব। এই সময়ত আপোনাৰ জীৱনত একাধিক শুভ পৰিবৰ্তন হ’ব। আপোনাৰ মান সন্মান বাঢ়িব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ কাম হাতত ল’ব। ব্যৱসায়ীৰ বাবেও এই সময় শুভ। আপোনাৰ স্বাস্থ্য ভালে থাকিব। পাবলগীয়া ধন লাভ কৰিব।

বৃষ ৰাশি
নৱেম্বৰ মাহত বৃষ ৰাশিত জাতকৰো ভাগ্যোদয় হ’ব। জীৱনত বহুদিন ধৰি ভূগি অহা অভাৱ আৰু অসম্পূৰ্ণতা দূৰ হ’ব। লক্ষ্মীৰ আশীৰ্বাদত প্ৰচুৰ ধন সম্পত্তি আহিব এই ৰাশিৰ জাতকৰ হাতলৈ। ইয়াৰোপৰি জীৱনত আনন্দও আহিব। বৃষ ৰাশিৰ অবিবাহিত জাতকৰ বিবাহৰ যোগ। আপোনাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষণ বাঢ়িব। এই সময়ত কোনো সু সংবাদ লাভ কৰিব পাৰে। অফিচত কোনো ডাঙৰ পদো লাভ কৰাৰ সম্ভাৱনা। মান-সন্মান বৃদ্ধি পাব। আপোনাৰ কাম কাজত কাষৰীয়া ব্যক্তিও সুখী হ’ব।

মিথুন ৰাশি
পাবলগীয়া ধন লাভ কৰিব। কেৰিয়াৰৰ বাবেও এই সময় শুভ। প্ৰত্যাশাতকৈয়ো বেছি সাফল্য আহিব। জীৱনলৈ ন সুযোগ আহিব। ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ। কোনো সু সংবাদ লাভ কৰিব। পৰিয়ালৰ কোনো ডাঙৰ সমস্যা সমাধান হ’ব।

ধনু ৰাশি
নৱেম্বৰ মাহত এই ৰাশিৰ জাতকৰ ভাগ্যোদয় নিশ্চিত। শুক্ৰ আৰু শনিৰ আশীৰ্বাদত ধনু ৰাশিৰ জাতকৰ সমস্ত বাধা দূৰ হ’ব। ইয়াৰোপৰি ধন লাভৰো যোগ আছে। পাৰিবাৰিকত সুখী জীৱন কটাব। আপোনাৰ প্ৰচুৰ মান-সন্মন বাঢ়িব। ইয়াৰোপৰি উচ্চপদ লাভ কৰাৰ সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
Next Post
‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত ঋষি ছুনাক

'সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত ঋষি ছুনাক

কেইটামান ক্ষণ, নিশাটো পাৰ হ’লেই আৰম্ভ হ’ব দেৱী দুৰ্গাৰ আৰাধনা, এইবাৰ কোনদিনা কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

কেইটামান ক্ষণ, নিশাটো পাৰ হ’লেই আৰম্ভ হ’ব দেৱী দুৰ্গাৰ আৰাধনা, এইবাৰ কোনদিনা কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.