• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইটামান ক্ষণ, নিশাটো পাৰ হ’লেই আৰম্ভ হ’ব দেৱী দুৰ্গাৰ আৰাধনা, এইবাৰ কোনদিনা কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

কেইটামান ক্ষণ, নিশাটো পাৰ হ’লেই আৰম্ভ হ’ব দেৱী দুৰ্গাৰ আৰাধনা, এইবাৰ কোনদিনা কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

3 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

4 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

4 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

4 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

4 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

5 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

5 hours ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

5 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

6 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

6 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

16 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

17 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কেইটামান ক্ষণ, নিশাটো পাৰ হ’লেই আৰম্ভ হ’ব দেৱী দুৰ্গাৰ আৰাধনা, এইবাৰ কোনদিনা কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

editor by editor
October 19, 2023
in Uncategorized, জীৱনশৈলী, বিবিধ, ভাৰত
0
কেইটামান ক্ষণ, নিশাটো পাৰ হ’লেই আৰম্ভ হ’ব দেৱী দুৰ্গাৰ আৰাধনা, এইবাৰ কোনদিনা কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰত ৰঙৰ বিশেষ গুৰুত্ব আছে। ৰঙে আমাৰ সৌভাগ্য বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰে। হিন্দু ধৰ্ম অনুসৰি বিভিন্ন দেৱ দেৱীৰ নিজস্ব প্ৰিয় ৰং আছে। কি ৰঙৰ পোছাক পিন্ধিলে দেৱী দুৰ্গা সন্তুষ্ট হয়? আজি দেৱীপক্ষৰ পঞ্চমী। কালিৰে পৰা মহাষষ্ঠীৰ বোধনেৰে পূজা আৰম্ভ হ’ব। যদিও মহালয়াৰ পৰাই আৰম্ভ হ’ব হয় পূজা তথাপিও ষষ্ঠীৰ পৰাহে বিশেষভাৱে পূজা উদযাপন কৰা হয়। কোন দিনা কি পোছাক পিন্ধাটো শুভ?

প্ৰতিপদ
মহালয়াৰ পিছৰ দিনা হৈছে প্ৰতিপদ। নৱৰাত্ৰী অনুসৰি এই দিনটোত দেৱী শৈলপুত্ৰীৰ পূজা কৰা হয়। এই দিনটোত হালধীয়া ৰঙৰ পোছাক পিন্ধাটো শুভ।

দ্বিতীয়া
নৱৰাত্ৰীৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ আৰাধনা কৰা হয়। দেৱীৰ এই ৰূপে সেউজীয়া ৰং পছন্দ কৰে। সেয়ে সেউজীয়া ৰঙৰ পোছাক এই দিনটোত পৰিধান কৰাটো শুভ।

তৃতীয়া
নৱৰাত্ৰীৰ তৃতীয় দিনা পূজিত হয় দেৱী চন্দ্ৰঘণ্টা। এই দিনটোক বাদামী ৰঙৰ পোছাক পিন্ধিলে তুষ্ট হয় দেৱী।

চতুৰ্থী
দেৱীপক্ষৰ চতুৰ্থ দিনা কুশ্মাণ্ডাৰ পূজা কৰা হয়। চতুৰ্থীত সেয়ে কমলা ৰঙৰ পোছাক পৰিধান কৰাটো শুভ।

পঞ্চমী
পঞ্চমীত দেৱীৰ স্কন্দমাতা ৰূপৰ পূজা কৰা হয়। পঞ্চমীৰ বাবে শুভ ৰং হৈছে বগা। পঞ্চমীত বগা পোছাক পৰিধান কৰাটো শুভ।

ষষ্ঠী
দুৰ্গাপূজাৰ মহাষষ্ঠীত দেৱী দুৰ্গাৰ বোধন হয়। নবৰাত্ৰীৰ এই দিনটোত দেৱী কাত্যায়নীৰ পূজা কৰা হয়। মহাষষ্ঠীত সেয়ে শুভ ৰং ৰঙা।

সপ্তমী
মহা সপ্তমীত মা কালৰাত্ৰিৰ পূজা কৰা হয়। নৱৰাত্ৰীৰ এই দিনটোত নীলা ৰঙৰ পোছাক পৰিধান কৰিলে শুভ।

অষ্টমী
দুৰ্গাপূজাৰ অষ্টমী পূজাৰ বিশেষ গুৰুত্ব আছে। নৱৰাত্ৰীৰ এই দিনটোত দেৱীৰ মহাগৌৰী ৰূপৰ আৰাধনা কৰা হয়। অষ্টমী পূজাৰ গোলপীয়া ৰঙৰ পোছাক পৰিধান কৰিলে শুভ।

নৱমী
মহানৱমীৰ নিশা পাৰ হ’লেই বিদায় লয় দেৱী দুৰ্গাই। নৱৰাত্ৰীৰ পূজাত মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়। নৱমীত পাৰ্পল ৰঙৰ পোছাক পৰিধান কৰাটো শুভ।

দশমী
দশমীত দেৱীৰ বিসৰ্জন। এই দিনটোত ৰঙা বা বগা ৰঙৰ পোছাক পৰিধান কৰাটো শুভ বুলি প্ৰচলিত বিশ্বাস।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে ‘চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?

কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে 'চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?

আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?

আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.