• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

10 minutes ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

33 minutes ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

1 hour ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

2 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

3 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

3 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

5 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

5 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

6 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

7 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

7 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

এইডছ ৰোগত আক্ৰান্ত হৈ মৃত্যু অভিনেত্ৰীৰ।

editor by editor
October 9, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আশীৰ দশকত দক্ষিণ ভাৰতীয় চিনেমাৰ অন্যতম চিনাকি মুখ আছিল নিশা। ৰজনীকান্ত, কমল হাছান,আৰু মোহনলালৰ দৰে উদ্যোগৰ কেইজনমান ডাঙৰ তাৰকাৰ বিপৰীতে অভিনয় কৰিছিল। কিন্তু এই গ্লেমাৰৰ আঁৰত আছিল বিশ্বাসঘাতকতা, আৰ্থিক ধ্বংস আৰু নিসংগতাৰ এক কৰুণ কাহিনী, যিয়ে শেষত অকাল মৃত্যুলৈ লৈ গৈছিল।

তামিলনাডুত জন্মগ্ৰহণ কৰা নিশা নূৰে প্ৰায় আকস্মিকভাৱে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা বুলি কোৱা হয়। ১৯৮০ চনত তামিল ছবি মংগলা নায়াগীৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু অতি সোনকালেই সমগ্ৰ তামিল, মালয়ালম, তেলেগু আৰু কানাড়া চিনেমাত নিজকে প্ৰতিষ্ঠা কৰে। আশীৰ দশক আৰু নব্বৈৰ দশকৰ আৰম্ভণিতে টিক টিক টিক, শ্ৰী ৰাঘবেন্দ্ৰ, কল্যাণ আগথিগাল, আয়েৰ দ্য গ্ৰেট, দেৱাসুৰম, আৱল সুমংগলিথান, ইনিমাই ইধো ইধো, ইলামাই কোলাম আৰু এনাক্কাগা কাথিৰুকে ধৰি কেইবাখনো উল্লেখযোগ্য ছবিত অভিনয় কৰিছিল।

বছৰবোৰ পাৰ হৈ যোৱাৰ লগে লগে ছবিৰ অফাৰ কমিবলৈ ধৰিলে। কেৰিয়াৰৰ গতি লেহেমীয়া হোৱাৰ লগে লগে নিশাই গুৰুতৰ আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি তাই জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি আছিল আৰু পৰিয়াল বা চলচ্চিত্ৰ জগতৰ পৰাও বিশেষ সমৰ্থন লাভ কৰা নাছিল।

ৰিপ’ৰ্টত দাবী কৰা হৈছে যে তেওঁৰ আস্থাৰ সুযোগ লোৱা বুলি অভিযোগ উত্থাপন কৰা এজন চলচ্চিত্ৰ প্ৰযোজকৰ প্ৰেমত পৰিছিল। অনুমান কৰা হৈছে যে প্ৰযোজকগৰাকীয়ে তেওঁক পৰিত্যাগ কৰাৰ আগতে তেওঁৰ সকলো সঞ্চয়ৰ ধন শেষ কৰি পেলাইছিল, যাৰ ফলত তেওঁ ভয়াৱহ আৰ্থিক সংকটত পৰিছিল। অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তাইক বেশ্যাবৃত্তি কৰিবলৈ বাধ্য কৰা হ’ল।

বছৰ বছৰ পিছত নিশা নূৰক তামিলনাডুৰ এটা মন্দিৰৰ বাহিৰত ৰাজপথত বাস কৰা দেখা গৈছিল। জানিব পৰা মতে, তামিল বেচৰকাৰী সংস্থা এটাই উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসা পৰীক্ষাৰ সময়ত চিকিৎসকে তেওঁৰ এইচ আই ভি/এইডছ পজিটিভ বুলি ধৰা পৰে। তেতিয়ালৈকে তেওঁৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছিল।

চিকিৎসা গ্ৰহণ কৰাৰ পিছতো ২০০৭ চনত এইডছ সম্পৰ্কীয় জটিলতাৰ বাবে নিশা নূৰৰ মৃত্যু হয়।তেতিয়া তেওঁৰ বয়স মাত্ৰ ৪৫ বছৰ বুলি জানিব পৰা গৈছে। নিশাই তামিল ছবি মংগলা নায়াগীৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। পিছলৈ চুভাপ্পু নাদা, মিমিক্স পেৰেড, আয়েৰ দ্য গ্ৰেট, দেৱাসুৰম, ইল্লামাই কোলাম, এনাক্কাগা কাথিৰু আৰু কমল হাছানৰ টিক টিক টিক আদি ছবিত উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰি তেওঁ বিশিষ্ট স্থান লাভ কৰে। ভিছুৱেৰৰ আৱল সুমঙ্গলিথান, ৰজনীকান্তৰ শ্ৰী ৰাঘবেন্দ্ৰ আৰু বালাচন্দৰৰ কল্যাণ আগথিগাল আদি ছবিতো অভিনয় কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.