• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে ‘চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?

কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে ‘চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?

3 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

59 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

1 hour ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

2 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

2 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

3 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

4 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

5 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

5 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

6 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে ‘চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?

editor by editor
October 20, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
কাঠমিস্ত্ৰিৰ সৈতে দিন কটাইহে ৰাহুলে বুজিলে ‘চকীৰ মাহাত্ম্য’! এই মন্তব্যৰে কাক টাৰ্গেট কৰি লৈছে ৰাহুল গান্ধীয়ে?
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ এবাৰ জনতাৰ সৈতে মিলিত হৈছে ৰাহুল গান্ধী। এইবাৰ কাঠমিস্ত্ৰিৰ ৰূপত দেখা গৈছে ৰাহুলক। তেওঁ আমজনতাৰ নেতা সেই কথাই বাৰম্বাৰ প্ৰমাণ কৰিবলৈকে চেষ্টা কৰিছে ৰাহুলে। ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ সময়ৰ পৰাই মানুহৰ ভীৰত সোমাই খোজকঢ়াৰ পৰাই ৰাহুল হৈ পৰিছে অন্য এজন ৰাহুল। যাৰ ব্যক্তিত্বই এতিয়া এবাৰলৈকে হ’লেও চুই যায় বহুজনক। শেহতীয়াকৈ ৰাহুলক দেখা গৈছে এখন কাঠ মিস্ত্ৰিৰ দোকানত। দিল্লীৰ কীৰ্তিনগৰৰ এখন আছবাবৰ দোকানত সোমাই কামত ব্যস্ত হৈ থকা দেখা গৈছে ৰাহুল গান্ধীক। কাঠ কাটিছে, কথা পাতিছে ৰাহুলে কাঠমিস্ত্ৰিৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে সাধাৰণ ভীৰৰ মাজত সোমাই জনগণৰ মন জয় কৰিবলৈ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে। সামাজিক মাধ্যমত ৰাহুলৰ সেই ছবি ভাইৰেল হৈ পৰিছে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘আমি আজি কীৰ্তিনগৰৰ থকা এছিয়াৰ বৃহত্তম বজাৰলৈ গৈছিলো। তাতেই মই বহুকেইজন ভাইটীক লগ পালো। তেওঁলোক কেৱল পৰিশ্ৰমীয়েই নহয়, একোজন ভাল শিল্পীও। নিজৰ হাতৰ যাদুৰে তেওঁলোকে তাত সৌন্দৰ্য খোদিত কৰি আহিছে। বহুতৰেই সৈতে কথা পাতিছো। তেওঁলোকৰ পৰা কাম শিকিবলৈকো চেষ্টা কৰিছো।’

ইয়াৰ পূৰ্বেও একাধিকবাৰ জনগণৰ সৈতে মিলিত হৈছে ৰাহুল। কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰলৈ যাওঁতে ডেলিভাৰি বয়ৰ বাইকত ফুৰি সকলোকে চমক দিছিল। কেতিয়াবা আকৌ সাংসদ পদ হেৰুৱাই ট্ৰাক চালকৰ অভাৱ অভিযোগ বুজিবলৈকে ওৰেটো নিশা ট্ৰাকত ঘূৰি ফুৰিছিল। কেতিয়াবা আকৌ ৱাইনাডৰ সাংসদ ৰাহুলে গেৰেজত মেকানিকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। তাৰপিছতেই পাচলি বিক্ৰেতাৰ সৈতেও বাৰ্তালাপত মিলিত হৈছিল ৰাহুল। শেহতীয়াকৈ তেওঁ কাঠমিস্ত্ৰিৰ দোকানত।

কাঠমিস্ত্ৰিৰ সৈতে বাৰ্তালাপত মিলিত হৈ তেওঁ কয়, ‘আপোনালোক দেশ নিৰ্মাণৰ কাৰিগৰ। আপোনালোকক যিসমূহ সাহাৰ্য্যৰ প্ৰয়োজন সেয়া আপোনালোকে কাহানিও লাভ কৰা নাই।’ শেষৰটো বাক্যৰে তেওঁ গেৰুৱা শিৱিৰকেই আকৌ এবাৰ টাৰ্গেট কৰি লৈছে। এইসকল কৰ্মীক তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰি কয়, ‘আপোনালোকৰ বাবে মই কিছু কাম কৰিব খোজো। আপোনালোকে ঋণ লাভ কৰিছেনে?’ ঋণৰ কথা সোধোতেই এজন কৰ্মীয়ে কয়, ‘ঋণ পালে ব্যৱসায় আৰু ডাঙৰ কৰিলোহেতেন। বেছি ধন হাতত থাকিলে কাঠ ক্ৰয় কৰিলোহেতেন। অৰ্ডাৰ আৰু ল’লোহেতেন। কাৰিগৰো বঢ়ালোহেতেন। ধন থাকিলে কামৰ বাবে বুদ্ধিও বাঢ়ে।’

এই উত্তৰ শুনা মাত্ৰকেই ৰাহুলে কৰ্মীসকলক আশ্বাস দিয়ে যে তেওঁলোকৰ সকলো আশা আকাংক্ষা কংগ্ৰেছৰ চৰকাৰ হ’লে পূৰণ কৰা হ’ব। ৰাহুলে এই প্ৰসংগ টানি আনি কয়, ‘আপোনালোকে প্ৰকৃত বিশ্বকৰ্মা। আপোনালোকে কাম কৰিছে, অন্য একাংশই ইয়াৰ ফায়দা উঠাইছে। আপোনালোকে বেছি লাভ পোৱা উচিত। চৰকাৰে উচিত সাহাৰ্য্য লাভ কৰা উচিত।’ হোৱাটছআপ চেনেলত ৰাহুলে এই সন্দৰ্ভত লিখিছে, ‘কীৰ্তিনগৰৰ ভাইসকলৰ সৈতে দিনটো কটালো। কাম কিছু শিকিলো। মই চকীৰ মাহাত্ম্য কি সেয়া বুজি উঠিছো।’ চকীৰ মাহাত্ম্যৰ কথা কৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীকেই আকৌ এবাৰ কটাক্ষ কৰিছে। মোদীৰ চকীখন সোনকালেই ৰাহুলৰ হ’ব পাৰে সেই কথাই বুজাইছে কংগ্ৰেছ নেতাগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?

আমাৰ বিচ্ছেদ হৈছে, এক্স হেণ্ডেলত বিশেষ বাৰ্তা শ্বেয়াৰ কৰিছে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই! ১৪ বছৰীয়া বিবাহিত জীৱনত সঁচাকৈয়ে যতি পৰিলে নেকি?

দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ

দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.