• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ

দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ

3 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

11 minutes ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

36 minutes ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

1 hour ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

2 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

3 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

4 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

6 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

7 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

7 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

9 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ

editor by editor
October 20, 2023
in জীৱনশৈলী, ভাৰত
0
দুৰ্গাপূজাত ৩০ বছৰৰ পাছত বিৰল যোগ, মা দুৰ্গাৰ আশীৰ্বাদত জীৱনলৈ সুখ আহিব ৫ৰাশিৰ ব্যক্তিৰ
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০ অক্টোবৰ ২০২৩ৰ শুকুৰবাৰৰ পৰা পালিত হৈছে মহাষষ্ঠী। পূজা আৰম্ভ হোৱাৰ প্রথম দিনটোতেই জানি থওক এইবাৰৰ দুৰ্গাপূজাত মা দুৰ্গাৰ কৃপাধন্য হ’ব কেইটামান ৰাশিৰ জাতক। জ্যোতিষ গণনা অনুসৰি এইবাৰ দুৰ্গাপূজাত এক বিশেষ শুভ যোগ তৈয়াৰ হৈছে। ৩০বছৰ পাছত এই শুভ যোগ গঠিত হৈছে। ৩০বছৰৰ পাছত একেলগে তিনিটা শুভ যোগ গঠিত হৈছে দুৰ্গাপূজাত। এই তিনি শুভ যোগ হৈছে বুধাদিত্য যোগ, শ শ ৰাজযোগ আৰু ভদ্ৰ ৰাজযোগ। এই তিনি শুভ যোগৰ ফলত এই পূজাত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশিৰ ব্যক্তি। দুৰ্গাপূজাত মা দুৰ্গাৰ আশীৰ্বাদ থাকিব কোন কোন ৰাশিত?

মেষ ৰাশি
শাৰদীয় নৱৰাত্ৰীত গঠিত ত্ৰিগ্ৰহী যোগত শুভ ফল তৈয়াৰ হৈছে মেষ ৰাশিৰ জাতকৰ বাবে। এই সময়ত মেষৰ জাতকে নতুন ঘৰ বা গাড়ী ক্ৰয় কৰিব। সম্পত্তি সংক্ৰান্তীয় কোনো কামত প্ৰচুৰ লাভ হোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। ব্যৱসায়ীসকলে প্ৰচুৰ অৰ্থলাভ কৰিব পাৰে। মা দুৰ্গাৰ কৃপাত আগতে কৰা বিনিয়োগত লাভ হ’ব মেষ ৰাশিৰ জাতকৰ।

বৃষ ৰাশি
দুৰ্গাপূজাত মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ কেৰিয়াৰতো উন্নতিৰ যোগ আছে। অফিচৰ ঊৰ্ধতন কৰ্তৃপক্ষই আপোনাৰ কামক প্ৰশংসা কৰিব। ৰৈ থকা ধন লাভ কৰাৰ যোগ আছে। পৰিয়ালৰ সৈতে সুখী সময় কটাব। অফিচত কোনো ডাঙৰ কামৰ দায়িত্ব লাভ কৰিব। সন্তান বিষয়ক শুভ খবৰ লাভ কৰি মন সুখী হ’ব।

মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ ওপৰত দুৰ্গা দেৱীৰ আশীৰ্বাদ থাকিব। দেৱীৰ কৃপাত ব্যৱসায়ত আৰ্থিকভাৱে লাভাম্বিত হ’ব। সন্তানৰ পৰা সুখবৰ লাভ কৰিব। এই সময়ত পাবলগীয়া ধন লাভ কৰিব। অফিচত পদোন্নতিৰ যোগ। স্বাস্থ্য ভালে থাকিব। বিদেশ যাত্ৰাৰো যোগ আছে।

কৰ্কট ৰাশি
বুধাদিত্য, শ শ ভদ্ৰ ৰাজযোগৰ প্ৰভাৱত দুৰ্গাপূজাৰ সময়তেই খ্যাতি আৰু উন্নতিৰ শীৰ্ষ পৰ্যায়ত থাকিব কৰ্কট ৰাশিৰ জাতকসকল। এইসময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। সকলো কামতেই সফলতা লাভ কৰিব। এই সময়ত বিলাসী জীৱন কটাব এই ৰাশিৰ লোকে। জ্ঞান, সম্পদ আৰু ধৰ্মীয় চেতনা বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। সমাজত শ্ৰদ্ধা আৰু সন্মান বাঢ়িব। মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ সকলো দুশ্চিন্তা দুৰ হ’ব।

সিংহ ৰাশি
এই দুৰ্গাপূজাত মা দুৰ্গাৰ আশীৰ্বাদত লাভবান হ’ব সিংহ ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত যি কামতেই হাতত নলওক কিয় সফলতা লাভ কৰিব। ব্যৱসায়ত লাভ বাঢ়িব, নতুন ব্যৱসায়ত লাভৰ মুখ দেখিব। অফিচত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বিনিয়োগ কৰাৰ শুভ সময়। কোনো অভিজ্ঞ ব্যক্তিৰ সংস্পৰ্শত আপুনি নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…
বাণিজ্য

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

June 10, 2026
Next Post
সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

'এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.