মণ্ডপ সজা হ’ল, পূজা নহ’ল। ধৰ্মীয় সংঘাতৰ পৰিণতিত উকা মণ্ডপ। ফলঙনী কৰতিপাৰ চাৰিআলিত পূজা অনুষ্ঠিত নহ’ল।