• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

2 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

10 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

11 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

11 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

12 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

12 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

13 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

14 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

14 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

15 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

16 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

16 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

editor by editor
November 6, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

সংখ্যা বিজ্ঞানৰ জনপ্ৰিয়তা শেহতীয়া বছৰবোৰত বহু বৃদ্ধি পাইছে। কেৱল জন্ম তাৰিখ গণনা কৰিয়ে এগৰাকী লোকৰ ভাল বেয়া সকলো দিশ চাই দিব পাৰে আজিৰ তাৰিখত। কেৱল এয়াই নহয়, এই বিদ্যাত নামটোৰ আখৰৰ পৰাও সংখ্যা উৎপন্ন কৰি তাৰ ওপৰতো বহু ভাল-বেয়া দিশ চালি জাৰি চাব পৰা হৈছে।

পাছে সকলো সংখ্যাৰ ভিতৰত ৩ টা তাৰিখত জন্মা লোকৰ ভাগ্য অন্যতকৈ বহু ভাল। সংখ্যাতত্বৰ ফালৰ পৰা শুক্ৰ আৰু মাতৃ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰে ৩ টা বিশেষ তাৰিখত জন্মা লোকে। এই লোকসকলৰ বিষয়ে সংখ্যাবিজ্ঞানে কয় যে তেওঁলোকে চৰম বিলাসী জীৱন যাপন কৰে। এই ৩ টা তাৰিখৰ যোগফল ৬, যাৰ ফলত মা লক্ষ্মীৰ বিশেষ আশিৰ্বাদ থাকে।

সংখ্যা বিজ্ঞানত ৬ নং সংখ্যাটো শুক্ৰ গ্ৰহৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা বুলি ধৰা হয়। শুক্ৰ গ্ৰহক প্ৰেম, সৌন্দৰ্য্য, আকৰ্ষণ আৰু সমৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয়। এই লোকসকলৰ ব্যক্তিত্ব অতি আকৰ্ষণীয়। প্ৰায়ে দেখা গৈছে যে এই লোকসকলে নিজৰ ব্যক্তিত্বৰে মানুহক সোনকালে আপ্লুত কৰে।

সংখ্যাবিজ্ঞান অনুসৰি যিকোনো মাহৰ ৬, ১৫ আৰু ২৪ তাৰিখে জন্ম হোৱা লোকৰ মূল সংখ্যা ৬ বুলি ধৰা হয়। এই ৩ টা তাৰিখত জন্ম লোৱা মানুহৰ সৌন্দৰ্য্যৰ প্ৰতি পৰৱৰ্তী স্তৰৰ আগ্ৰহ থাকে। কলাত্মক আৰু সৃষ্টিশীল প্ৰতিভাৰে ভৰপূৰ। ইয়াৰ পৰাও তেওঁলোকে ভাল পৰিমাণৰ ধন উপাৰ্জন কৰে।

সংখ্যা বিজ্ঞান আৰু বৈদিক জ্যোতিষতো কোৱা হৈছে যে শুক্ৰ গ্ৰহটো ধনৰ দেৱী লক্ষ্মী দেৱীৰ সৈতে সম্পৰ্কিত। এই কাৰণেই ৬ নং ৰেডিক্সৰ ৬, ১৫ আৰু ২৪ তাৰিখে এই পৃথিৱীলৈ অহা লোকসকলৰ লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদ থাকে। ৬ নম্বৰৰ লোকসকলে আনক সহায় কৰাৰ লগতে সমাজ সেৱাৰ প্ৰতিও আগ্ৰহী। এই গুণে দেৱী লক্ষ্মীকো সন্তুষ্ট কৰে।

৬ নম্বৰৰ ব্যক্তিৰ ব্যক্তিত্বৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল তেওঁলোকে সাধাৰণতে বিলাসী বস্তুৰ প্ৰতি আকৰ্ষিত আৰু লগতে ভাল পৰিমাণৰ ধন উপাৰ্জন কৰাৰ ক্ষমতাও থাকে। সৌন্দৰ্য্যৰ প্ৰতি তেওঁলোকৰ ৰুচি, কলাত্মক স্বভাৱ আৰু আনক সহায় কৰাৰ ক্ষমতাৰ বাবে তেওঁলোকে এটা উন্নত নেটৱৰ্কিং সৃষ্টি কৰাত সফল হয়, যিয়ে তেওঁলোকক জীৱনতো সফল কৰি তোলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyNumeric Astrology
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

কাইলৈ দেৱী লক্ষ্মী আৰু ষঠী মাতাৰ একেলগে আগমণৰ দিন, দুটাকৈ বিৰল যোগৰ ফলত লাভৱান হ’ব ৩ ৰাশি

কাইলৈ দেৱী লক্ষ্মী আৰু ষঠী মাতাৰ একেলগে আগমণৰ দিন, দুটাকৈ বিৰল যোগৰ ফলত লাভৱান হ'ব ৩ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.