দেশৰ সাধাৰণ বাজেটত পুৰণি গাড়ীক লৈ অসাধাৰণ ঘোষণা। ২০ বছৰ পুৰণি ব্যক্তিগত বাহন আৰু ১৫ বছৰ পুৰণি বাণিজ্যিক যান-বাহনে দিব লাগিব অট’মেটেড ফিটনেছ পৰীক্ষা।