• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ’ব বিধেয়ক

এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ’ব বিধেয়ক

1 year ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

7 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

8 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

8 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

8 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

9 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

10 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

10 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

12 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

12 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

13 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

14 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ’ব বিধেয়ক

editor by editor
December 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ’ব বিধেয়ক
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক দেশ এক নিৰ্বাচন- কাইলৈ লোকসভাত দাখিল কৰা হ’ব বিধেয়ক

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে সংসদত ‘এক দেশ, এক নিৰ্বাচন’ নিৰ্বাচনী বিধেয়ক দাখিল কৰিবলৈ ওলাইছে। এই বিধেয়কখন মঙলবাৰে ১৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত লোকসভাত দাখিল কৰা হ’ব। এই বিধেয়কখন সদনত দাখিল কৰিব কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে।

আনহাতে দিল্লী, জম্মু কাশ্মীৰ আৰু পুডুচেৰীৰ বাবে সুকীয়া বিধেয়ক দাখিল কৰা হ’ব। এই বিধেয়কখনৰ প্ৰতিলিপি সাংসদসকলৰ মাজত প্ৰচাৰ কৰা হৈছে। অৱশ্যে বিৰোধীয়ে ধাৰাবাহিকভাৱে এই বিধেয়কৰ বিৰোধিতা কৰি আহিছে। এনে পৰিস্থিতিত মঙলবাৰৰ লোকসভাৰ কাৰ্য্যবিধি হুলস্থুলীয়া হোৱাৰ সম্ভাৱনা আছে।

এই বিধেয়কখন দাখিল কৰাৰ পিছত চৰকাৰে ইয়াক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব। যদি যুটীয়া সংসদীয় সমিতিয়ে ক্লিয়াৰেন্স দিয়ে আৰু সংসদৰ দুয়োটা সদনে বিধেয়কখন গৃহীত কৰে, তেন্তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব।

এই বিধেয়কখন ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে আইনত পৰিণত হ’ব। যদি এনেকুৱা হয় তেন্তে ২০২৯ চনৰ ভিতৰত সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব।

পাছে সকলো দল এই বিধেয়কৰ বাবে সাজু নহয়। এই বিধেয়কত বিজেপি, নীতিশ কুমাৰৰ জেডিইউ, তেলেগু দেশম পাৰ্টি, চিৰাগ পাছৱানৰ এলজেপি, অসম গণ পৰিষদ, বহুজন সমাজ পাৰ্টি আৰু শিৱসেনাই সমৰ্থন আগবঢ়াইছে।

আনহাতে ইয়াৰ বিৰোধিতা কৰিছে- কংগ্ৰেছ, সমাজবাদী পাৰ্টি (এছ পি), আম আদমী পাৰ্টি (আপ), চি পি এমকে ধৰি ১৫টা দল। আনহাতে ঝাৰখণ্ড মুক্তি মৰ্চা (জে এম এম), ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল)কে ধৰি ১৫টা দলে এই বিধেয়কক লৈ কোনো উত্তৰ নিদিলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bill PresentEk Desh Ek nirvachanloksabhaOne Nation One electionSangsad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
Next Post
কাইলৈ ব্ৰহ্মযোগৰ বিশেষ প্ৰভাৱ, সৌভাগ্যৰে ভৰি পৰিব ৫ ৰাশিৰ জীৱন

কাইলৈ ব্ৰহ্মযোগৰ বিশেষ প্ৰভাৱ, সৌভাগ্যৰে ভৰি পৰিব ৫ ৰাশিৰ জীৱন

শৈশৱৰ এই অভ্যাসৰ বাবেই আজি তেওঁ সফল! নিজৰ গোপন ৰুটিন জনালে বিল গেটছে

শৈশৱৰ এই অভ্যাসৰ বাবেই আজি তেওঁ সফল! নিজৰ গোপন ৰুটিন জনালে বিল গেটছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.