• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত শীঘ্ৰেই কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি

দেশত শীঘ্ৰেই কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি

5 years ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

5 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

5 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

5 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

6 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

7 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

8 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

9 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

9 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

9 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

10 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

11 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশত শীঘ্ৰেই কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি

editor by editor
June 29, 2021
in অসম, গুৱাহাটী, ভাৰত
0
দেশত শীঘ্ৰেই কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশত শীঘ্ৰেই কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি। দেশৰ সমূহ ৰাজ্য তথা স্বায়ত্বশাসিত অঞ্চলত ৩১ জুলাইৰ ভিতৰত ‘এক দেশ, এক ৰেচন কাৰ্ড’ কাৰ্যকৰীকৰণৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। সমান্তৰালভাৱে শ্ৰমিকৰ নথিভুক্তকৰণৰ বাবে প’ৰ্টেল মুকলি কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰে দেশৰ শীৰ্ষ আদালতে। এই আঁচনিৰ অধীনত দেশৰ সকলো প্ৰান্তৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব ৰেচন। এজনো শ্ৰমিক যাতে আঁচনিৰ পৰা বঞ্চিত নহয় সেই উদ্দেশ্যেই কেন্দ্ৰৰ এই পদক্ষেপত হস্তক্ষেপ কৰি ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।

সমাজকৰ্মী হৰ্ষ মান্দৰ, অঞ্জলি ভৰদ্বাজ আৰু জগদীপ ছোকৰেই এই সন্দৰ্ভত আৱেদন দাখিল কৰিছিল ন্যায়ালয়ত। মঙলবাৰে উচ্চতম ন্যায়ালয়ত বিষয়টো উত্থাপন কৰা হয়। ন্যায়াধীশ অশোক ভূষণৰ বিচাৰপীঠে বিষয় সন্দৰ্ভত শীঘ্ৰেই ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি কাৰ্যকৰীকৰণৰ নিৰ্দেশ দিয়ে ৰাজ্যসমূহক। শ্ৰমিকসকল যাতে ৰেচন তথা খাদ্য সুৰক্ষা আঁচনিৰ পৰা বঞ্চিত নহয় সেই বিষয়ত উচ্চতম ন্যায়ালয়ে নজৰ দিয়া উচিত বুলি উল্লেখ কৰিছে আৱেদনত। সেই আৱেদনৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24one nationone ration cardsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
Next Post
ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰত ক্ষোভৰ জুই

ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰত ক্ষোভৰ জুই

হুচিয়াৰ নগা দুর্বৃত্ত, দিচৈ ভেলীত অসম আৰক্ষীৰ শিবিৰ স্থাপন

হুচিয়াৰ নগা দুর্বৃত্ত, দিচৈ ভেলীত অসম আৰক্ষীৰ শিবিৰ স্থাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.