• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

9 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

10 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

11 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

12 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

13 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

14 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

15 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

15 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

15 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী

editor by editor
September 3, 2024
in অপৰাধ, অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জে’ললৈঃ মুখ্যমন্ত্ৰী
0
SHARES
562
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমত সম্পূৰ্ণ ৰূপত ভাঙি দিয়া হ’ব ট্ৰেডিং চক্ৰ৷

এনেকৈ আৰু কোনেও ধন বিনিয়োগ নকৰিব, এয়া আইন বিৰোধী কাম৷

শেহতীয়া অনলাইন ট্ৰেডিঙক লৈ বৃহৎ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ৷

ব্ৰকাৰৰ যোগেদি অনলাইন ট্ৰেডিং নকৰিব, এয়া এক অপৰাধ৷

এইদৰে এপৰ জৰিয়তে ধন বিনিয়োগ কৰাত ধন ঘূৰাই পোৱাৰ কোনো গেৰেণ্টি নাই৷

আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কেছ কৰি এই চক্ৰটো ধৰি আছে৷

পৰ্যায়ক্ৰমে ট্ৰেডিং চক্ৰত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ৷

বাচি নাযাব অনলাইন ট্ৰেডাৰ আৰু বিজ্ঞাপনকাৰী ইউটিউবাৰো৷

যিসকল ইউটিউবাৰে এই অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপন দিছিল তেওঁলোকো হাৰি নাযাব৷

ৰাজ্যৰ জিলাই জিলাই ট্ৰেডাৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশনা৷

প্ৰৰোচনাৰে সাধাৰণ লোকৰ ধন আত্মসাৎ কৰা সকলো যাব লাগিব জে’ললৈ বুলি ঘোষণা৷

অনলাইন ট্ৰেডিঙৰ জৰিয়তে টকা ডাবল কৰাৰ কোনো ব্যৱস্থা নাই বুলি স্পষ্টকৈ ঘোষণা৷

এনেকুৱা ধৰণৰ ঘটনা একপ্ৰকাৰৰ প্ৰৱঞ্চকৰ কাম, ফাঁকিবাজিৰ কাম বুলি প্ৰকাশ৷

যিসকলে ধন বিনিয়োগ কৰিছে নতুনকৈ ধন বিনিয়োগ কৰা বন্ধ কৰক অন্যথা কষ্টৰ ধন হেৰুৱাব৷

এয়া সম্পূৰ্ণ ৰূপত আইন বিৰোধী কাম, অসম আৰক্ষীয়ে এক্সন লৈছে, অনাগত দিনত পৰ্যাক্ৰমে চলিব এক্সন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ…বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ...বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.