• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ…বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ…বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

8 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

8 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

9 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

9 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

10 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

10 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

10 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

12 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

12 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

13 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

14 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ…বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ...বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?

editor by editor
September 3, 2024
in জীৱনশৈলী, বিনোদন
0
খ্যাতি, অৰ্থ আৰু নিচাতেই শেষ হৈ গ’ল এখন হেঁপাহৰ ঘৰ…বিবাহ বিচ্ছেদক লৈ কি কৈছে হানি সিঙে?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটাৰ পাছত আন এক ছুপাৰহীট গান তেওঁৰ কণ্ঠত৷ গায়ক হানি সিঙৰ জনপ্ৰিয়তাও যথেষ্ট৷ কেৰিয়াৰৰ শীৰ্ষত অৱস্থান কৰা হানিৰ ব্যক্তিগত জীৱন কিন্তু বৰ এটা মসৃণ নহয়৷ ব্যক্তিগত জীৱনৰ প্ৰভাৱ নে অন্য কোনো কাৰণত হঠাৎ বলীউডৰ পৰা মাজতে অদৃশ্য হৈ যায় হানি সিং৷ তাৰপাছত আকৌ শেহতীয়াকৈ উভতি আহিছে হানি সিং৷

২০২২ চনত হানি সিঙৰ বিবাহ বিচ্ছেদৰ খবৰ ভাইৰেল হৈছিল৷ তেওঁৰ বিয়াও অৱশেষত ভাঙি যায়৷ শালিনী তলৱাৰৰ সৈতে হানি সিঙৰ প্ৰেম বিবাহ হৈছিল৷ কিন্তু তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰে ভক্তসকলকো আচৰিত কৰি তুলিছিল৷ এতিয়া হানি সিঙে সেই সম্পৰ্ক বিচ্ছেদৰ কাৰণ প্ৰকাশ কৰিছে৷ তেওঁৰ সৈতে শালিনী তলৱাৰৰ বিবাহ বিচ্ছেদ হৈছে ২০২২ চনত৷ সেয়া খুবেই মৰ্মান্তিক৷

স্ত্ৰীৰ সৈতে ডিভোৰ্ছক লৈ নীৰৱতা ভাঙিলে হানি সিঙে?

২৩ জানুৱাৰী ২০১১ চনত হানি সিঙে তেওঁৰ বান্ধৱী শালিনী তলোৱাৰক বিয়া কৰায়৷ পিংকভিলাত দিয়া এক সাক্ষাৎকাৰত গায়কে স্বীকাৰ কৰিছে যে তেওঁলোকৰ বিয়াৰ প্ৰথম ৯-১০ মাহ ভালেই আছিল৷ কিন্তু ধীৰে ধীৰে হানি সিঙে কেৰিয়াৰত উন্নতি কৰা আৰম্ভ কৰে৷ সাফল্যৰ শীৰ্ষত সেই সময়ত হানি সিং৷ সম্পত্তি, খ্যাতি আৰু নিচাত মত্ত হৈ পত্নী শালিনীৰ সৈতে গায়কৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ ধৰে৷ শেষ পৰ্যন্ত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু ২০২২ আৰু ২০২৩ চনৰ ভিতৰত পৃথক হৈ যায় দুয়ো৷

পিংকভিলাত হানি সিঙে কয়, ‘সেই সময়ত আমাৰ সম্পৰ্ক বৰ এটা ভাল নাছিল৷ আমাৰ মাজত দূৰত্ব তৈয়াৰ হৈছিল আৰু ইয়াৰ কাৰণ আছিল মোৰ অত্যধিক ভ্ৰমণ৷ তেতিয়া মই কেৱল মোৰ কেৰিয়াৰক গুৰুত্ব দিছিলো৷ পৰিয়ালক অৱহেলা কৰিছিলো৷ তেতিয়া মই সম্পূৰ্ণৰূপে সম্পদ, খ্যাতি, মাদক আৰু নাৰীত নিমজ্জিত হৈ আছিলো৷’

লালনটপত দিয়া এক সাক্ষাৎকাৰতো হানি সিঙক প্ৰশ্ন কৰা হৈছিল যে কাৰ পৰা তেওঁৰ মাদক সেৱনৰ অভ্যাস বাঢ়িছিল? হানি সিঙে এই সন্দৰ্ভত কয়, ‘কিছু প্ৰভাৱশালী ব্যক্তি আছে৷ তেওঁলোকে মোক লৈ মজা কৰিছে৷ মই মত্ত হৈ পৰিছিলো৷ মাদক অৰ্থাৎ ড্ৰাগছ লৈ মত্ত আছিলো৷ চাৰিওফালে কি ঘটি আছিল মই একোৱেই ক’ব পৰা নাছিলো৷ ইয়াৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ মোৰো বহু সময় লাগিছিল৷ কিন্তু যেতিয়া মই সুস্থ হৈ উঠো, তেতিয়া মোৰ পত্নীৰ সৈতে সম্পৰ্ক বেয়া হৈ যায়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা
বিনোদন

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

September 19, 2026
Next Post
Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

Tata Curvvৰ পেট্ৰল আৰু ডিজেল ৯.৯৯ লাখ টকাতে লঞ্চ, কম টকাতেই টাটাই দিছে বিলাসী সুবিধা

৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

৭হাজাৰ ব্যক্তিগত বাহন, হাত ধোৱা বেচিনো সোণৰ, প্ৰধানমন্ত্ৰী মোদী যোৱা ব্ৰুনাইৰ চুলতান কোন? ইমান সম্পত্তিৰ অধিকাৰী কেনেকৈ ব্ৰুনাইৰ ৰাষ্ট্ৰপ্ৰধান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.