• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ন্যায় লাগে ঘনকান্তৰ পত্নীক! মুখ্যমন্ত্ৰীক সঠিক তদন্তৰ বাবে কৰিলে আহ্বান

ন্যায় লাগে ঘনকান্তৰ পত্নীক! মুখ্যমন্ত্ৰীক সঠিক তদন্তৰ বাবে কৰিলে আহ্বান

57 minutes ago
Cinama Hall ৰ চিটবোৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Cinama Hall ৰ চিটবোৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

45 seconds ago
৬১ সংখ্যক জন্মদিনত Shah Rukh Khan এ অনুৰাগীক দিলে ‘ৰিটাৰ্ণ গিফ্ট’

৬১ সংখ্যক জন্মদিনত Shah Rukh Khan এ অনুৰাগীক দিলে ‘ৰিটাৰ্ণ গিফ্ট’

17 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, আহিব সুদিন!

2 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

৬টা পুতলা লৈ বিলাস-ইনত ঘনকান্তৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচন, প্ৰকৃততে কি হৈছিল ২৬ অক্টোবৰত?

3 hours ago
‘গু..লী কৰিম বুলি যোৱা নাছিল ঘনকান্তই’, প্ৰতিক্ৰিয়া পত্নী জোনমণি গগৈৰ

‘গু..লী কৰিম বুলি যোৱা নাছিল ঘনকান্তই’, প্ৰতিক্ৰিয়া পত্নী জোনমণি গগৈৰ

4 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজিৰ দিনটোৰ ১২টা ৰাশিৰ ভাগ্যফল, কাৰ কাৰ উদয় হব ভাগ্য?

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

15 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

15 hours ago
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

16 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

16 hours ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

17 hours ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ন্যায় লাগে ঘনকান্তৰ পত্নীক! মুখ্যমন্ত্ৰীক সঠিক তদন্তৰ বাবে কৰিলে আহ্বান

'ভালকৈ তদন্ত কৰিলে সকলো ওলাব’ এইদৰে সংবাদ মাধ্যমৰ আগত কয় ঘনকান্তৰ পত্নী

editor by editor
November 2, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
ন্যায় লাগে ঘনকান্তৰ পত্নীক! মুখ্যমন্ত্ৰীক সঠিক তদন্তৰ বাবে কৰিলে আহ্বান
0
SHARES
34
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী মহানগৰীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনকৈ লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে স্বামীৰ পক্ষত থিয় দি ন্যায়ৰ দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ ওচৰত স্বামীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সঠিক তদন্ত কৰাৰ আহ্বান জনাইছে পত্নী জোনমণিয়ে।

‘মোৰ স্বামীয়ে তেনে কাম কৰা নাই। ভালকৈ তদন্ত কৰিলে সকলো ওলাব’—এই মন্তব্যৰে স্বামীৰ বিৰুদ্ধে চলি থকা তদন্তক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে জোনমণিয়ে। তেওঁৰ মতে, ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ নিৰপেক্ষ আৰু সঠিক তদন্তৰ প্ৰয়োজন।

এই মন্তব্যত ঘাতকৰ পত্নীয়ে এবাৰো ঘনকান্তই গুলীচালনা কৰাৰ কথা উল্লেখ কৰা নাই।

কি ঘটনা ঘটিছিল হোটেল বিলাস ইনত?

উল্লেখ্য যে, ২০২৬ চনৰ ২৬ অক্টোবৰৰ নিশা গুৱাহাটীৰ উলুবাৰী-বৰা চাৰ্ভিচ অঞ্চলৰ হোটেল বিলাস ইনত সংঘটিত হৈছিল ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত হোটেলৰ সহ-মালিক হেলেনা ভৰালী, তেওঁৰ ভাতৃ ভূদেৱ ভৰালী, হেলেনাৰ পুত্ৰ দেবৰ্ষি, বোৱাৰী ৰিণিকা আৰু কৰ্মচাৰী নাৰায়ণ দাসৰ মৃত্যু হৈছিল।

ঘটনাৰ মূল অভিযুক্ত হিচাপে ঘনকান্ত গগৈৰ নাম পোহৰলৈ আহিছে। হোটেলখন লীজত লোৱা আৰু আৰ্থিক লেনদেনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Cinama Hall ৰ চিটবোৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

Cinama Hall ৰ চিটবোৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

November 2, 2026
৬১ সংখ্যক জন্মদিনত Shah Rukh Khan এ অনুৰাগীক দিলে ‘ৰিটাৰ্ণ গিফ্ট’
জীৱনশৈলী

৬১ সংখ্যক জন্মদিনত Shah Rukh Khan এ অনুৰাগীক দিলে ‘ৰিটাৰ্ণ গিফ্ট’

November 2, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, আহিব সুদিন!

November 2, 2026
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!
অসম

৬টা পুতলা লৈ বিলাস-ইনত ঘনকান্তৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচন, প্ৰকৃততে কি হৈছিল ২৬ অক্টোবৰত?

November 2, 2026
Next Post
৬১ সংখ্যক জন্মদিনত Shah Rukh Khan এ অনুৰাগীক দিলে ‘ৰিটাৰ্ণ গিফ্ট’

৬১ সংখ্যক জন্মদিনত Shah Rukh Khan এ অনুৰাগীক দিলে ‘ৰিটাৰ্ণ গিফ্ট’

Cinama Hall ৰ চিটবোৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Cinama Hall ৰ চিটবোৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.