• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ

যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ

1 year ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

14 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

40 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

1 hour ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

3 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ

editor by editor
February 3, 2025
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাত্ৰীৰ দাবী পূৰণ, এতিয়া এইখন বন্দে ভাৰত ট্ৰেইনত উপলব্ধ হ’ব কেৱল নিৰামিষ আহাৰ

বন্দে ভাৰতেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি নিৰামিষভোজী তেন্তে এতিয়া ৰেলযোগে যাত্ৰা কৰাত কোনো সমস্যাৰ সন্মুখীন নহ’ব। নতুন দিল্লীৰ পৰা কাটৰা শ্ৰী মাতা বৈষ্ণো দেৱীলৈ যোৱা বন্দে ভাৰত ৰে’ল সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। বহু দিনৰে পৰা যাত্ৰীৰে দাবী কৰি অহা অৱশেষত পূৰণ। এতিয়াৰে পৰা এই ৰেলখনত কেৱল নিৰামিষ খাদ্যহে উপলব্ধ হব।

ৰেলৱেৰ কেন্টিনত নিৰামিষ আৰু আমিষ দুয়োবিধ খাদ্য একেলগে প্ৰস্তুত কৰাত এই ৰেলখনত যাত্ৰা কৰা বহু যাত্ৰী বিচলিত হৈছিল। এনে অৱস্থাত বহু যাত্ৰীয়ে বিশুদ্ধ নিৰামিষ খাদ্য পাব নে নাপাব সেই চিন্তাত ভয় খাইছিল। যাত্ৰীসকলৰ এই চিন্তাক সন্মান জনাই নতুন দিল্লী-কাটৰা বন্দে ভাৰত এক্সপ্ৰেছে ১০০% নিৰামিষ খাদ্য যোগান ধৰাৰ কথা ঘোষণা কৰে।

জম্মু-কাশ্মীৰৰ কাটৰাত শ্ৰী মাতা বৈষ্ণো দেৱীৰ তীৰ্থযাত্ৰাক পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত নতুন দিল্লী কাটৰা সংযোগী ছেমি হাই স্পীড ৰে’লখনত যাত্ৰীসকলক নিৰামিষ খাদ্য পৰিবেশন কৰাৰ সিদ্ধান্ত লোৱা হয়। ৰেলৱেই যাত্ৰাৰ সময়ত সম্পূৰ্ণ নিৰামিষ পৰিবেশ বজাই ৰাখিবলৈ চেষ্টা কৰে।

ইয়াৰ বাবে যাত্ৰীসকলে ৰে’লত নিৰামিষ খাদ্য বা জলপান কঢ়িয়াই নিব নোৱাৰিব। গতিকে নিৰামিষ খাদ্য খোৱাৰ প্ৰতি আকৰ্ষিত লোকসকলে আগতীয়াকৈ সজাগ হোৱাটো প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian RailwayrailwayVande Bharat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
২৫ ছেকেণ্ডৰ ভিতৰতে দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যৰ লগতে উত্তৰ-পূৱ

২৫ ছেকেণ্ডৰ ভিতৰতে দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যৰ লগতে উত্তৰ-পূৱ

বৃহস্পতি ৰাশিত বহি থকা শনিয়ে সমস্যা বৃদ্ধি কৰিব ৩টা ৰাশিৰ

বৃহস্পতি ৰাশিত বহি থকা শনিয়ে সমস্যা বৃদ্ধি কৰিব ৩টা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.