আদর্শগত ৰাজনৈতিক পার্থক্যৰে আপুনি চকাৰৰ বিৰোধী পক্ষত নেকি? যদি আপুনি বিৰোধী পক্ষত তেন্তে সাৱধান! প্ৰতিবাদস্থলীত কিয়, এইবাৰ দেশৰ সংসদৰ ভিতৰতে ঘেৰি ধৰি মাৰপিট বিৰোধীক।