• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য…

‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য…

3 years ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

26 minutes ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

2 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

2 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

3 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

4 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

4 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

12 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

13 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

14 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

15 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য…

editor by editor
March 17, 2023
in অপৰাধ, ভাৰত
0
‘ঠৌক দৌ’, উত্তৰপ্ৰদেশত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ! নিহতৰ সংখ্যা কিমান? চৰকাৰ আৰু আৰক্ষীৰ হিচাপত বেলেগ বেলেগ তথ্য…
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত ৬ বছৰত ১০,০০০ এনকাউণ্টাৰ হৈছে উত্তৰপ্ৰদেশত৷ এনকাউণ্টাৰত থিতাতে মৃত্যুক সাবটি লৈছে ৬৩ গৰাকী দুষ্কৃতিকাৰীয়ে৷ বৃহস্পতিবাৰে উত্তৰপ্ৰদেশ চৰকাৰে দাঙি ধৰিছে এই সমীক্ষা৷ উত্তৰপ্ৰদেশত ক্ষমতালৈ অহাৰ পিছতেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মূল লক্ষ্য হৈ পৰিছিল অপৰাধমূলক কাম সম্পূৰ্ণৰূপে বন্ধ কৰা৷ উত্তৰপ্ৰদেশক অপৰাধ শূন্য ৰাজ্য হিচাপে গঢ়ি তোলা৷ এই কাৰ্য কৰিবলৈ যাওতেই আৰক্ষীৰ হাতত বহু ক্ষমতা অৰ্পণ কৰিছিল যোগী আদিত্যনাথ চৰকাৰে৷

ৰাজ্যখনৰ আইন শৃংখলা বজাই ৰখাৰ বাবে যোগীৰ চৰকাৰে মাফিয়া, দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ‘জি’ৰ টলাৰেন্স’ নীতি আনে৷ এই নীতি অনাৰ পাছৰে পৰাই যোগীৰ ৰাজ্যত চলিছে কেইবাহজাৰো এনকাউণ্টাৰ৷ এই এনকাউণ্টাৰত কোনো দুষ্কৃতিকাৰীৰ যদি মৃত্যু হৈছে কোনোবা গুৰুতৰভাৱে আহত হৈছে৷ এনকাউণ্টাৰক লৈ যোগী ৰাজ্যৰ আৰক্ষী বিষয়াই প্ৰকাশ কৰামতে এই সকলো এনকাউণ্টাৰ সুপ্ৰিম কৰ্টৰ নিৰ্দেশ মানিয়েই হৈছে৷

উত্তৰপ্ৰদেশ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ৬ বছৰত ১০,৫০০ এনকাউণ্টাৰ হৈছে৷ ২০২২ ৰ এপ্ৰিলৰ পৰা ২০২৩ ৰ মাৰ্চলৈ ১,০৬৬ টা এনকাউণ্টাৰ হৈছে৷ ২০১৭ ৰ মাৰ্চৰ পৰা ২০২২ৰ এপ্ৰিললৈ হোৱা মুঠ এনকাউণ্টাৰৰ সংখ্যা হৈছে ৯,৪৩৪টা৷ বিগত ৬ বছৰত আৰক্ষীৰ গুলীত নিহত হৈছে মুঠ ১৭৮টা দুষ্কৃতিকাৰীৰ৷ দুষ্কৃতিকাৰীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱা আৰক্ষীৰ সংখ্যা হৈছে ১৫গৰাকী৷

মুখ্যমন্ত্ৰী যোগীৰ ‘ঠৌক দৌ’ এই শব্দটোক লৈয়েই বিতৰ্ক বৰ্তমানো অব্যাহত আছে৷ অখিলেশ যাদৱেও কেইবাবছৰ পূৰ্বেই এটা অভিযোগ আনিছিল, ‘যোগীয়ে কথাই কথাই কয়, গুলী চলাই দিয়ক৷ আৰক্ষীয়েও ঠৌক দৌ নীতি মানিয়েই এই কাম কৰি আছে৷’ উত্তৰপ্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে এইবৰ্ষৰ আৰম্ভনিৰ প্ৰথম ২মাহত আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ মাজত হতাহতিৰ ৯টাকৈ ঘটনা সংঘটিত হৈছে৷ উত্তৰপ্ৰদেশ আৰক্ষীয়ে দিয়া হিচাপ অনুসৰি ১০,৫০০ টা সংঘৰ্ষত ১৪০০ আৰক্ষী কৰ্মী আহত হৈছে৷ দুইপক্ষৰ মাজত হোৱা সংঘৰ্ষত ২৩ হাজাৰতকৈও অধিক দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ২০২২ৰ ২৫ মাৰ্চৰ পৰা সেই বৰ্ষৰে জুলাই মাহলৈ তিনিমাহৰ ভিতৰত ৫২৫ টা এনকাউণ্টাৰ কৰিছে ইউপি আৰক্ষীয়ে৷

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা উত্তৰপ্ৰদেশ চৰকাৰে প্ৰকাশ কৰা তথ্য আৰু উত্তৰপ্ৰদেশ আৰক্ষীয়ে দিয়া তথ্য কিন্তু একে নহয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য সত্য নে উত্তৰপ্ৰদেশ চৰকাৰে তুলি ধৰা তথ্য সত্য সেয়াহে বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা
বাণিজ্য

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

September 11, 2026
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
Next Post
প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

অসমীয়া পৰীক্ষাও বাতিল! কাৰ অৱহেলাৰ ফল এয়া? সুধিলে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাইয়ো…

অসমীয়া পৰীক্ষাও বাতিল! কাৰ অৱহেলাৰ ফল এয়া? সুধিলে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাইয়ো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.