• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
OYOৰ বাম্পাৰ অফাৰ! সম্পূৰ্ণ ফ্ৰিতেই ৰুম বুক কৰক হোটেলৰ, কিমান দিন থাকিব এই সুযোগ?

OYOৰ বাম্পাৰ অফাৰ! সম্পূৰ্ণ ফ্ৰিতেই ৰুম বুক কৰক হোটেলৰ, কিমান দিন থাকিব এই সুযোগ?

1 year ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

3 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

4 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

5 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

6 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

6 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

7 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

8 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

8 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

9 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

9 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

OYOৰ বাম্পাৰ অফাৰ! সম্পূৰ্ণ ফ্ৰিতেই ৰুম বুক কৰক হোটেলৰ, কিমান দিন থাকিব এই সুযোগ?

OYOৰ বাম্পাৰ অফাৰ! সম্পূৰ্ণ ফ্ৰিতেই ৰুম বুক কৰক হোটেলৰ, কিমান দিন থাকিব এই সুযোগ?

editor by editor
March 18, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
OYOৰ বাম্পাৰ অফাৰ! সম্পূৰ্ণ ফ্ৰিতেই ৰুম বুক কৰক হোটেলৰ, কিমান দিন থাকিব এই সুযোগ?
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোটেলত থকাৰ বাবে বহুতেই বাচি লয় OYO৷ এইবাৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ আৰু এক ডাঙৰ ঘোষণা কৰিছে OYOই৷ OYOই বিনামূলীয়াকৈ হোটেলত থকাৰ অফাৰ দিছে৷ কিমানদিনৰ বাবে এই অফাৰ দিয়া হৈছে? বিশদ তথ্য জানি থওক৷

এই অফাৰ মুঠ ৫দিনৰ বাবে দিছে OYOই৷ অৰ্থাৎ অফাৰৰ আওঁতাত পাঁচদিন বিনামূলীয়াকৈ হোটেলত থাকিব পাৰিব গ্ৰাহকে৷ সেই অফাৰ এক্স হেণ্ডেলত পোষ্ট কৰি নিজেই জনাই দিছে OYOই৷ OYO ৰ ফাউণ্ডাৰ ৰিতেশ আগৰবালাই এক্স হেণ্ডেলত পোষ্ট কৰি জনাইছে যে এই উইকেণ্ডক আৰু বিশেষ কৰি তুলক৷ আপোনাৰ প্ৰিয়জনৰ সৈতে সুন্দৰ মুহূৰ্ত উপভোগ কৰক৷ ভ্ৰমণ কৰক, আপোনাৰ মুহূৰ্তসমূহক চিৰকালৰ বাবে স্মৰণীয় কৰি তোলক৷

দেশজুৰি ১০০০ হোটেলত এই অফাৰ উপলব্ধ৷ ইয়াৰ অধীনত যিকোনো সময়ত ৰুম বুক কৰি বিনামূলীয়াকৈ থাকিব পাৰিব৷ প্ৰিমিয়াম, বাজেট, টাউনহাউচ প্ৰায় সকলো কেটাগৰীৰ ৰুমৰ বাবে এই অফাৰ প্ৰযোজ্য৷ কিন্তু হঠাৎ কিয় এই বিশেষ অফাৰ কৰিছে OYOই? সম্প্ৰতি চেম্পিয়ন্স ট্ৰফি ঘৰলৈ আনিছে ভাৰতীয় ক্ৰিকেট দলে৷ সেই সুখৰ সৈতে জড়িত হৈ আছে হোলিৰ আনন্দ৷ চেলিব্ৰেছনৰ বাবে OYOই এই বিশেষ অফাৰ দিছে৷

কিন্তু এই সুযোগ কিমানদিন পৰ্যন্ত আছে? তেওঁ জনাইছে যে ১৮ মাৰ্চ পৰ্যন্ত OYOই এই অফাৰ দিছে৷ ‘CHAMPION’ কুপন দিয়ে বিনামূলীয়া বুকিং৷ এই অফাৰৰ সুবিধা ল’বলৈ OYOৰ ৱেবচাইট বুকিং কৰাৰ সময়ত CHAMPION কুপন কোড ব্যৱহাৰ কৰক৷

এই অফাৰ কেৱল প্ৰথম ২০০০ বুকিং পৰ্যন্ত সীমিত৷ অৰ্থাৎ ২০০০ গ্ৰাহকে বিনামূলীয়াকৈ থকাৰ সুযোগ পাব৷ বন্ধুৰ সৈতেই হওক বা পৰিয়ালৰ সৈতেই হওক ফুৰিবলৈ গলে আপুনি ফ্ৰিতে থাকিব পাৰিব OYOত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
Next Post
ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডৰ পৰা?

ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডৰ পৰা?

গোবৰেৰে লেপিলে নিজৰ টয়টা বাহনৰ বহিৰ্ভাগ! কাৰণ শুনিলে আপুনিও ক’ব ভাৰতীয় মহিলা বহু বুদ্ধিয়ক

গোবৰেৰে লেপিলে নিজৰ টয়টা বাহনৰ বহিৰ্ভাগ! কাৰণ শুনিলে আপুনিও ক’ব ভাৰতীয় মহিলা বহু বুদ্ধিয়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.