• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নলবাৰীৰ বৰকুৰাত আজি সমাগম হ’ব লাখৰ ঘৰত জনতাৰ, মুখ্য কেন্দ্ৰবিন্দু মোদী

নলবাৰীৰ বৰকুৰাত আজি সমাগম হ’ব লাখৰ ঘৰত জনতাৰ, মুখ্য কেন্দ্ৰবিন্দু মোদী

2 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

3 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

3 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

4 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

4 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

5 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

5 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

6 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

6 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

8 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

9 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

9 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নলবাৰীৰ বৰকুৰাত আজি সমাগম হ’ব লাখৰ ঘৰত জনতাৰ, মুখ্য কেন্দ্ৰবিন্দু মোদী

editor by editor
April 17, 2024
in অসম, গুৱাহাটী
0
নলবাৰীৰ বৰকুৰাত আজি সমাগম হ’ব লাখৰ ঘৰত জনতাৰ, মুখ্য কেন্দ্ৰবিন্দু মোদী
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নলবাৰীৰ বৰকুৰাত আজি সমাগম হ’ব লাখৰ ঘৰত জনতাৰ, মুখ্য কেন্দ্ৰবিন্দু মোদী

ইতিমধ্যে হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে নলবাৰীৰ বৰকুৰাৰ কৃষিভুমিত। যিয়ে যেনেকৈ পাৰিছে ঢাপলি মেলিছে বৰকুৰালৈ। কিয়নো আজি নলবাৰীলৈ আহিব দেশৰ অতিকে জনপ্ৰিয় নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

নলবাৰীৰ বৰকুৰাত বিশাল জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে । লাখ লাখ জনতাৰ সমুখত ভাষণ দাঙি ধৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নলবাৰীৰ পৰা প্ৰধানমন্ত্ৰীয়ে বজাব লোকসভা নিৰ্বাচনৰ ৰণশিঙা।

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নলবাৰীত সম্বোধন কৰিব এখন বিশাল জনসভা। মিত্ৰজোটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ একমাত্ৰ প্ৰাৰ্থী বৰপেটা সমষ্টিৰ ফণীভূষণ চৌধুৰীৰ হৈ এই প্ৰচাৰ কাৰ্যসূচীত অংশ লব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইতিমধ্যে, গুৱাহাটীৰ কইনাধৰাত বাহৰ পাতি আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কালি সন্ধিয়া আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। গুৱাহাটী মহানগৰৰ সদাব্যস্ত জি এছ ৰোডত বিশাল জনসভাৰ মাজেৰে স্বাগত কৰা হয় মোদীক।

কালিৰ নিশাটো গুৱাহাটীতে পাৰ কৰাৰ পাছত আজি ১০.১৫ মান বজাত নলবাৰীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। ইতিমধ্যে সেই উদ্দ্যশ্যে কইনাধৰাত সাজু কৰা হৈছে ৪ খনকা হেলিকপ্টাৰ।

নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৰকুৰাৰ বিশাল কৃষিভূমিত অনুষ্ঠিত হ’ব এই নিৰ্বাচনী সভাখন। প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে তিনিখনকৈ অস্থায়ী হেলিপেডো নিৰ্মাণ কৰা হৈছে বৰকুৰাৰ কৃষিভূমিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamBorkuraIndia Prime ministernalbariNaredra ModiOm Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
Next Post
৩০ হাজাৰ বছৰতকৈ পুৰণি ভাৰতৰ এই জনগোষ্ঠী বিশ্বৰ ভিতৰতে বিপদজনক…

৩০ হাজাৰ বছৰতকৈ পুৰণি ভাৰতৰ এই জনগোষ্ঠী বিশ্বৰ ভিতৰতে বিপদজনক...

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বেটমিণ্টন খেলুৱৈয়ে UPSCত উৰুৱালে বিজয় পতাকা, লাভ কৰিল  সংখ্যক ১৭৮ স্থান

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বেটমিণ্টন খেলুৱৈয়ে UPSCত উৰুৱালে বিজয় পতাকা, লাভ কৰিল  সংখ্যক ১৭৮ স্থান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.