শেহতীয়া সংযোজন

‘উন্নয়ন ইঞ্জিন’ অসমত প্ৰচণ্ড গোৰ ৰে’ল বিভাগৰ

‘উন্নয়ন ইঞ্জিন’ অসমত প্ৰচণ্ড গোৰ ৰে’ল বিভাগৰ

ৰে'ল বিভাগৰ হঠকাৰী সিদ্ধান্তত ক্ষোভ দল-সংগঠন, জনতাৰ । ৰাজ্যত চিৰদিনলৈ বন্ধ ১৩খনকৈ যাত্ৰীবাহী ৰে'ল। ক্ষোভ প্ৰকাশ অসম ৰে'ল যাত্ৰী সংস্থাৰো।

মুখ্যমন্ত্ৰীৰ একেখন গাঁও পঞ্চায়তৰ দধীয়া-লাইকাবাসীৰ তথৈবচ অৱস্থা

মুখ্যমন্ত্ৰীৰ একেখন গাঁও পঞ্চায়তৰ দধীয়া-লাইকাবাসীৰ তথৈবচ অৱস্থা

মুখ্যমন্ত্ৰীৰ একেখন গাঁও পঞ্চায়তৰ দধীয়া-লাইকাবাসীৰ তথৈবচ অৱস্থা। আদিমযুগীয় জীৱন যাপন কৰিছে দধীয়া-লাইকাবাসীয়ে। উন্নয়নমূলক আঁচনিৰ পৰাও বঞ্চিত তেওঁলোক।

অৰুণাচলৰ সীমাত চীনে পাতিছে গাঁও। অত্যাধুনিক সা-সুবিধাযুক্ত গাঁও প্ৰতিষ্ঠা সীমান্তত। আগ্ৰাসী চীনাৰ নতুন কৌশল।

অৰুণাচলৰ সীমাত চীনে পাতিছে গাঁও। অত্যাধুনিক সা-সুবিধাযুক্ত গাঁও প্ৰতিষ্ঠা সীমান্তত। আগ্ৰাসী চীনাৰ নতুন কৌশল।

এদেও দুদেও লোটা নিয়াৰ চেও। অৰুণাচলৰ সীমাত চীনে পাতিছে গাঁও। অত্যাধুনিক সা-সুবিধাযুক্ত গাঁও প্ৰতিষ্ঠা সীমান্তত। আগ্ৰাসী চীনাৰ নতুন কৌশল।

Page 3200 of 3499 1 3,199 3,200 3,201 3,499