• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

10 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

editor by editor
May 5, 2025
in অপৰাধ, জীৱনশৈলী
0
কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগাম আক্ৰমণৰ ১২ দিন সম্পূৰ্ণ হ’ল৷ ভাৰতে কেতিয়া প্ৰত্যাক্ৰমণ কৰিব সেই প্ৰশ্ন বহুতৰে মনত৷ দেশৰ মানুহে যি বিচাৰিছে সেয়াই হ’ব বুলি জনাইছে প্ৰতিৰক্ষামন্ত্ৰীয়ে৷ ইয়াৰ মাজতেই ভাইৰেল হৈছে এক বিস্ফোৰক সাক্ষাৎকাৰ৷ প্ৰায় ২০ বছৰ পূৰ্বে সন্ত্ৰাসৰ পথ ত্যাগ কৰিছে মহম্মদ কালুয়ে৷ এসময়ত কাশ্মীৰ উপত্যকা কঁপিছিল তেওঁৰ ত্ৰাসত৷ নিউজ টকক দিয়া এক সাক্ষাৎকাৰত মহম্মদ কালুৱে কৈছে, কাশ্মীৰ উপত্যাকত ইমান ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ কেনেকৈ হল? কেন্দ্ৰৰ মোদী চৰকাৰকো কাশ্মীৰৰ পৰা কেনেকৈ সন্ত্ৰাসবাদ নিৰ্মূল কৰিব সেই বিষয়ক লৈ উপায়ো দিছে৷

পূৰ্বে আছিল সন্ত্ৰাসবাদী৷ এতিয়া সেই পথ ত্যাগ কৰিছে মহম্মদ কালুৱে৷ সেই সাক্ষাৎকাৰত জনায় যে পহেলগামত যি ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে সেয়া পাকিস্তানৰেই কাম৷ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদ বঢ়োৱাত চীনো পাকিস্তানৰ সৈতে তৎপৰ৷ কালুৱে লগতে জনাইছে যে কাশ্মীৰৰ অৰ্ধেক পাকিস্তানৰ ভিতৰত৷ পৰিস্থিতি খুবেই বেয়া৷

পহেলগামৰ সন্ত্ৰাসবাদীসকল মানুহ নহয়ঃ কালু

এসময়ত জংগী কাৰ্যকলাপ আছিল তেওঁৰ প্ৰধান কাম৷ সেই সন্ত্ৰাসবাদী কালু এতিয়া বাল্মীকি৷ পহেলগামত হোৱা আক্ৰমণত তীব্ৰভাৱে নিন্দা কৰিছে কালুৱে৷ তেওঁ কয়, ‘মই অতি দুখ পাইছো৷ পহেলগামত যি হৈছে এয়া নহ’বলগীয়া ঘটনা৷ শিশু বা মহিলা বা পুৰুষ যিয়েই নহওক তেওঁলোক পৰ্যটক আছিল৷ এইসকল নিৰীহ পৰ্যটকক আক্ৰমণ কৰিবলৈ কোনে অস্ত্ৰ দিলে? কিয় এনে কাম কৰিলা? তোমালোক মানুহ নহয়৷ তোমালোক পশু৷ যিয়ে এই কাম কৰিছা তোমালোক মানুহ প্ৰজাতিৰ হ’বই নোৱাৰা৷’

সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাইঃ মহম্মদ কালু

মহম্মদ কালুৱে কয়, ‘যিসকলে কৈছে সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ পৰা ধৰ্ম সুধিছিল, কলমা পঢ়িবলৈ কৈছিল সেয়া আচৰিত৷ মইতো কওঁ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম থাকিবই নোৱাৰে৷ পৰ্যটকক লক্ষ্য কৰি বহুত বেয়া কাম কৰিলে৷ আমি কাশ্মীৰিসকল পৰ্যটকৰ ওপৰত ভিত্তি কৰিয়েই চলো৷ আমি দুবেলা দুমুঠি ইয়াৰ পৰাই খাই আছিলো৷

মই কেতিয়াও পাকিস্তান যোৱা নাইঃ কালু

সন্ত্ৰাসবাদৰ পথ এৰি অহা কালুৱে হয়, এই সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ সেনাই কেনেকৈ সহায় কৰিছে সেই কথা মই যদি পাকিস্তানলৈ কেতিয়াবা গলোহেতেন নিশ্চয় ক’ব পাৰিলোহেতেন৷ মই কেতিয়াও সীমান্ত পাৰ হোৱা নাই৷

প্রধানমন্ত্ৰী মোদী চৰকাৰক কি পৰামৰ্শ কালুৰ?

কালুৱে কেন্দ্ৰৰ মোদী চৰকাৰলৈ আগবঢ়াইছে পৰামৰ্শ৷ তেওঁৰ মতে, ভাৰতীয় সেনাৰ জোৱানৰ যিসকল জম্মু কাশ্মীৰত আছে তেওঁলোকৰ ওচৰত এলেকা সম্পৰ্কে সবিশেষ তথ্য নাই৷ মই সেয়ে মোদী চৰকাৰক ক’ব খোজো যে গুজ্জৰ-বকৰৱালসকলৰ এটা ৰেজিমেণ্ট তৈয়াৰ কৰক৷ তেতিয়া কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণ নিৰ্মূল কৰা সম্ভৱ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ

মে মাহত কেতুৰ বিশেষ অৱস্থান! সৌভাগ্য তুংগত উঠিব ৩ৰাশিৰ জাতক-জাতিকাৰ

বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?

বদ্ৰীনাথ মন্দিৰত শংখ বজোৱা নিষেধ, আঁৰৰ কাৰণ জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.