• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়স ৮২ হ’লেও বিয়া কৰাওক, নাগৰিকক বিশেষ টিপছ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

বয়স ৮২ হ’লেও বিয়া কৰাওক, নাগৰিকক বিশেষ টিপছ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

2 years ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

1 hour ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

2 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

10 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

11 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

12 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

12 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

13 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

14 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

15 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

15 hours ago
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

16 hours ago
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বয়স ৮২ হ’লেও বিয়া কৰাওক, নাগৰিকক বিশেষ টিপছ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

editor by editor
January 3, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
বয়স ৮২ হ’লেও বিয়া কৰাওক, নাগৰিকক বিশেষ টিপছ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৮২ বছৰ বয়সত হ’লেও প্ৰিয়তমাক বিয়া কৰোৱা উচিত৷ পাকিস্তানৰ নাগৰিকসকলক বিশেষ পৰামৰ্শ দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়েই৷ দেশৰ দায়িত্ব লৈয়েই লাভগুৰু হৈ পৰিছে আনোৱাৰ উল-হক-কাকৰ৷ প্ৰেমত আতুৰ হৈ থকা মানুহৰ বাবে দিছে বিশেষ টিপছ৷ নতুন বছৰত ছচিয়েল মিডিয়াত দেশবাসীৰ উদ্দেশ্যে বাৰ্তা দিছে দেশৰ কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকৰে৷ বাৰ্তাৰ মাজতেই তেওঁৰ মুখত শুনা গ’ল কেইবাটাও বিশেষ পৰামৰ্শ৷

৮২ বছৰতো বিয়া কৰাওক

আনোৱাৰ উল হক কাকৰক সামাজিক মাধ্যমত এটাৰ পাছত আনটো প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তুলিছে পাকিস্তানৰ জনতাই৷ প্ৰায় সকলো প্ৰশ্নৰেই উত্তৰো দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ হঠাতেই এজন সাধাৰণ লোকে পাকিস্তানৰ প্রধানমন্ত্ৰীক প্ৰশ্ন কৰে, ‘৫২ বছৰ বয়সীয়া কোনো ব্যক্তিৰ যদি কোনো নাৰী পছন্দ হয় তেন্তে তেওঁ বিয়া কৰাব পাৰিবনে? ইয়াৰ উত্তৰত কাকৰে কয়, ‘অৱশ্যেই বিয়া কৰোৱা উচিত৷ ৫২ই কিয় ৮২ বছৰ বয়সতো নিজৰ পছন্দৰ প্ৰিয়তমাক বিয়া কৰাব পাৰে৷’

প্ৰেমিকাক কেনেকৈ ইমপ্ৰেছ কৰিব?
নিউ ইয়েৰৰ এক অনুষ্ঠানত প্ৰশ্ন উত্তৰ শিতানত কাকৰে সাধাৰণ জনতাক কেনেকৈ প্ৰেমিক বা প্ৰেমিকাক ইমপ্ৰেছ কৰিব সেই বিষয়েও জনাইছে৷ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰা হৈছিল, ‘টকা নাথাকিলেও কাৰোবাক ইমপ্ৰেছ কৰাৰ প্ৰৱল ইচ্ছা থাকিলে কৰি দিয়াটো উচিত নে অনুচিত?’ এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘মই কেতিয়াও কাকোৱেই আজিলৈকে ইমপ্ৰেছ কৰা নাই৷ মোকহে অন্য মানুহে ইমপ্ৰেছ কৰাৰ চেষ্টা কৰি থাকে৷’

চাকৰি নে প্ৰেমিকা?
কোনো প্ৰেমিকে যদি বিদেশত চাকৰি পায় আৰু গাঁওত কোনো প্ৰেয়সী থাকে তেন্তে সেই প্ৰেয়সীক ব্ৰেকআপ দিব নে সম্পৰ্কত থাকিব৷ জীৱনত যদি এনে পৰিস্থিতি আহে তেন্তে পাকিস্তানী পুৰুষসকলে কি কৰা উচিত? ইয়াৰ সমাধানো দিছে লাভগুৰু পাক প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, ‘প্ৰেম আৰু চাকৰি দুয়োটাৰ মাজত ভালপোৱাকেই বাচি লোৱা উচিত৷ কাৰণ প্ৰকৃত ভালপোৱা পাবলৈ মানুহক ভাগ্য লাগে৷ চাকৰি মানুহে যোগ্যতাৰ বলত পোৱা বস্তু৷ চাকৰিৰ এই সুযোগ এৰি দিলে আকৌ যোগ্যতা থাকিলে চাকৰি পাবই৷ ভালপোৱা মানুহজনৰ হাতখন এৰি দিলে কিন্তু দ্বিতীয়বাৰ আৰু সেই সুযোগ নাহে৷ উল্লেখ্য যে, আগন্তুক ৮ জানুৱাৰীত পাকিস্তানৰ নিৰ্বাচন৷ এই মুহূৰ্তত আৰ্থিকভাৱে পাকিস্তানৰ অৱস্থা শোচনীয়৷ অৰ্থনৈতিক দুৰ্দশাৰ বাবেই পাকিস্তানত ৰাজনৈতিক অচলাবস্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

June 30, 2026
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!
জীৱনশৈলী

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

June 30, 2026
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

June 29, 2026
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
Next Post
এই বছৰেই বক্ৰী হ’ব শনি! শনিৰ আশীৰ্বাদত সফলতা আহিব ৩ ৰাশিৰ জীৱনলৈ

এই বছৰেই বক্ৰী হ’ব শনি! শনিৰ আশীৰ্বাদত সফলতা আহিব ৩ ৰাশিৰ জীৱনলৈ

আমিৰ যেনেকৈ ব্যতিক্ৰম, কন্যাও ব্যতিক্ৰম! ইৰাৰ বিয়াৰ অতিথিক আমিৰে বান্ধি দিয়া নিয়মে এতিয়া আচৰিত কৰি তুলিছে বহুজনক

আমিৰ যেনেকৈ ব্যতিক্ৰম, কন্যাও ব্যতিক্ৰম! ইৰাৰ বিয়াৰ অতিথিক আমিৰে বান্ধি দিয়া নিয়মে এতিয়া আচৰিত কৰি তুলিছে বহুজনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.