• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ বিৰাট আতংক! পাকিস্তানৰ অনুৰাগীৰ মন্তব্য ছেমিফাইনেলত পৰাস্ত হওক ভাৰত

পাকিস্তানৰ বিৰাট আতংক! পাকিস্তানৰ অনুৰাগীৰ মন্তব্য ছেমিফাইনেলত পৰাস্ত হওক ভাৰত

4 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

45 minutes ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

1 hour ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

2 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

2 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

4 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

4 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

6 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

6 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পাকিস্তানৰ বিৰাট আতংক! পাকিস্তানৰ অনুৰাগীৰ মন্তব্য ছেমিফাইনেলত পৰাস্ত হওক ভাৰত

editor by editor
November 10, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
পাকিস্তানৰ বিৰাট আতংক! পাকিস্তানৰ অনুৰাগীৰ মন্তব্য ছেমিফাইনেলত পৰাস্ত হওক ভাৰত
0
SHARES
510
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে পাকিস্তানে। যোৱাটো টি-২০ বিশ্বকাপত ছেমিফাইনেলৰ পৰাই বাহিৰ হৈছিল পাকিস্তানৰ দলটো। এইবাৰ পাকিস্তানে পূৰ্বৰ ত্ৰুতিসমূহ আঁতৰাই খেলত মনোনিৱেশ কৰিছে বুলি খেল সমালোচকসকলে মন্তব্য কৰিছে। চলিত টি-২০ৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম দল হৈছে পাকিস্তান। পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগেই ক্ৰিকেট অনুৰাগীৰ মাজত এটাই চৰ্চা। ফাইনেল এইবাৰ ভাৰত-পাকিস্তানৰ মাজতেই হ’ব নেকি?

ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰিব পাৰিলেই ভাৰতে ফাইনেলত প্ৰৱেশ কৰিব। মেলবৰ্ণ আকৌ এবাৰ মহাৰণৰ সাক্ষী হ’ব! কিন্তু একাংশ খেল সমালোচকে দাবী কৰা অনুযায়ী ভাৰতৰ সৈতে ফাইনেল খেলিব লাগিব বুলি শংকিতও হৈছে পাকিস্তানৰ দলটো। বিশেষকৈ বিৰাটৰ ফৰ্মক লৈ শংকিত বাবৰ আজম বাহিনী। চলিত টি-২০ ত সৰ্বাধিক ৰান কৰি শীৰ্ষত আছে বিৰাট। পাকিস্তানৰ বিৰুদ্ধে হোৱা খেলতো বিৰাটৰ প্ৰদৰ্শন লেখত ল’বলগীয়া। সেয়ে এই ফৰ্ম অটুট থাকিলে ৰোহিতবাহিনীয়ে পাকিস্তানৰ স্বপ্ন ভাঙিব বুলিও শংকিত পাকিস্তানৰ খেল অনুৰাগীসকল।

২০০৭ চনৰ টি-২০ত দ্বিতীয়বাৰৰ বাবে মুখামুখি হৈছিল ভাৰত-পাকিস্তান। দুবাৰেই ভাৰতৰ হাতত পৰাস্ত হৈছিল পাকিস্তান। ২০০৭ চনত মহেন্দ্ৰ সিঙৰ নেতৃত্বত আছিল ভাৰতীয় দলটো। সেইবাৰো পাকিস্তান ধৰাশায়ী হৈছিল ভাৰতীয় দলটোৰ হাতত। এইবাৰো ছোৱেইব আখতাৰকে ধৰি পাকিস্তানৰ বহু খেলুৱৈয়ে ভাৰতীয় দলটোৰে ফাইনেলত দেখাদেখি হ’বলৈ আমন্ত্ৰণ জনাইছে।

সামাজিক মাধ্যমতো ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’। ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ বাহিৰত কৰা ভিডিঅ’টোত পাকিস্তানৰ এগৰাকী মহিলা সমৰ্থকে কৈছে, ‘বিৰাট কোহলিকহে ভয় লাগে। তেওঁ যেনেকৈহে খেলত আক্ৰমণাত্মক হৈ পৰে। আমি নিবিচাৰো ভাৰতে ছেমিফাইনেলত জিকক। আমাৰ এইবাৰ বিশ্বকাপ জিকাৰ সপোন আছে। ভাৰতীয় দলে ফাইনেলত প্ৰৱেশ কৰিলেই আমাৰ সপোনত বাধা আহিব। ইংলেণ্ডক আমাৰ দৰে ফাইনেলত আৰামত হৰুৱাব পাৰিব। কিন্তু ভাৰতৰ হৰুওৱাটো আমাৰ দলৰ বাবেও সহজ কথা নহয়।’

ইপিনে ছোৱেইব আখতাৰেও ফাইনেল খেলক লৈ মন্তব্য কৰিছে। মেলবৰ্ণত ভাৰতৰ বিজয় সম্ভৱ নহয় বুলি মন্তব্য কৰিছে পাকিস্তানৰ খেলুৱৈগৰাকীয়ে। মহম্মদ ৰিজুৱান আৰু মাথু হেডেন দুজনেই ভাৰতৰ সৈতে পাকিস্তানৰ ফাইনেল খেল চাবলৈ আগ্ৰহী বুলি মন্তব্য কৰিছে। ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল খেল। আজি ভাৰত-ইংলেণ্ড মুখামুখি হৈছে ছেমিফাইনেলত। যদি ছেমিফাইনেলত ভাৰতে জয়লাভ কৰে তেন্তে পাকিস্তানৰ বিৰুদ্ধে ১৩ তাৰিখে ভাৰত মুখামুখি হ’ব ফাইনেলত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
ভাৰত

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
Next Post
এটা বিড়িৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত…

এটা বিড়িৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত...

আত্মবিশ্বাসী হাৰ্দিকৰ আকৰ্ষণীয় খেল! ইংলেণ্ডক বান্ধি দিলে ১৬৯ৰ টাৰ্গেট

আত্মবিশ্বাসী হাৰ্দিকৰ আকৰ্ষণীয় খেল! ইংলেণ্ডক বান্ধি দিলে ১৬৯ৰ টাৰ্গেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.