• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

4 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

2 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

2 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

2 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

3 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

4 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

4 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

5 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

7 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

7 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

editor by editor
November 14, 2022
in চিনেমা, বিশ্ব
0
অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অস্কাৰৰ মঞ্চত কোনো দেশৰ ছবিয়ে মনোনয়ন পোৱটোৱেই গৌৰৱৰ কথা। এইবাৰ ভাৰতৰ চুুবুৰীয়া দেশ পাকিস্তানৰ এখন ছবি অস্কাৰৰ বাবে মনোনিত হৈছে। পাক পৰিচালক ছইম ছাদিকৰ ছবি ‘জয়লেণ্ড’ ছবিখন অস্কাৰৰ বাবে মনোনিত হৈছে। বিগত মাহৰ ৬ অক্টোবৰত ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছিল প্ৰযোজকে। কিন্তু মুক্তিৰ কিছুদিন পূৰ্বেই পাক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পাকিস্তানৰ ১১ খন ৰাজ্যত নিষিদ্ধ কৰিছে ‘জয়লেণ্ড’ ছবিখন।

অস্কাৰত মনোনিত হোৱাৰ আগতেই পৰিচালক ছাইম ছাদিকে এই ছবিখন কাঁ মহোৎসৱত প্ৰদৰ্শন কৰিছিল। ‘জয়লেণ্ড ছবিখনৰ বাবেই কাঁ মহোৎসৱত চৰ্চা হৈছিল পাকিস্তানৰ। কিন্তু এই ছবিখনেই নিজৰ দেশত প্ৰদৰ্শন কৰিব নিদিলে পাক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে।

ছবিখনত কি দেখুওৱা হৈছে?

ছবিখনৰ কাহিনীয়ে পাকিস্তানৰ পুৰুষতান্ত্ৰিক ভাৱধাৰাৰ ওপৰত আঘাত হানিছে। ছবিখনৰ প্ৰধান চৰিত্ৰটো পাকিস্তানৰ এগৰাকী কট্টৰপন্থী পৰিয়ালৰ সন্তান। পৰিয়ালটোৱে আশা কৰিছিল যে ভৱিষ্যতে সন্তানে বিয়া কৰাব, পুত্ৰসন্তানৰ জন্ম দি বংশটোক আগুৱাই নিব। কিন্তু সেয়া হৈ নুঠিল। তাৰ বিপৰীতে সন্তানে যোগ দিলে ইৰোটিক ডান্স গ্ৰুপত। সেই গ্ৰুপৰেই এগৰাকী নৰ্তকীৰে প্ৰেম হ’ল পুত্ৰৰ। এই কাহিনীটোৱেই মানি ল’বলৈ টান পালে পাক সমাজে। এই ছবিত অভিনয় কৰিছে আলি জুনেজা, আলিনা খান, ৰাস্তি ফাৰুক, ছোহেল সমীৰকে ধৰি কেইবাজনো আগশাৰীৰ অভিনেতাই। এই ছবিখন পাকিস্তানত নিষিদ্ধ কৰাৰ কাৰণো দাঙি ধৰিছে, পাক সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ মতে ‘জয়লেণ্ড’ ছবিখনে দেশৰ সংস্কাৰ বিৰোধী সেয়ে এই ছবিখন দেখুওৱাত বাধা দিয়া হৈছে। কিন্তু চৰকাৰে লোৱা এই সিদ্ধান্তক পাকিস্তানৰ একাংশ দৰ্শকেও তীব্ৰ ভাৱে গৰিহনা দিয়া পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
Next Post
কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া...ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…

ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.