• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমতকৈ পৰিয়াল ডাঙৰ নহয়, যুৱতীয়ে হ/ত্যা কৰিলে নিজৰেই ১৩ আত্মীয়ক, তাৰপিছত

প্ৰেমতকৈ পৰিয়াল ডাঙৰ নহয়, যুৱতীয়ে হ/ত্যা কৰিলে নিজৰেই ১৩ আত্মীয়ক, তাৰপিছত

2 years ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

4 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

39 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

1 hour ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

4 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমতকৈ পৰিয়াল ডাঙৰ নহয়, যুৱতীয়ে হ/ত্যা কৰিলে নিজৰেই ১৩ আত্মীয়ক, তাৰপিছত

প্ৰেমতকৈ পৰিয়াল ডাঙৰ নহয়, যুৱতীয়ে হ/ত্যা কৰিলে নিজৰেই ১৩ আত্মীয়ক, তাৰপিছত

editor by editor
October 7, 2024
in জীৱনশৈলী, বিশ্ব
0
প্ৰেমতকৈ পৰিয়াল ডাঙৰ নহয়, যুৱতীয়ে হ/ত্যা কৰিলে নিজৰেই ১৩ আত্মীয়ক, তাৰপিছত
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি মই ভাৱিব নোৱাৰা এক নিদাৰুণ সত্য৷ প্ৰেমিকৰ প্ৰেমত কিমান পাগল হ’লে এগৰাকী প্ৰেয়সীয়ে এনে কাম কৰিব পাৰে৷ সপোনতো ভাৱিব নোৱাৰা কথাকেই প্ৰেমিকৰ বাবে সঁচা কৰি দিলে এগৰাকী যুৱতীয়ে৷ প্ৰেমিকৰ প্ৰেমত ইমানেই উন্মাদ হৈ পৰিল যে পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ ১৩ জন লোকক হত্যা কৰিলে যুৱতীগৰাকীয়ে৷ সকলোৰে খাদ্যত বিষ মিহলাই হত্যা কৰে পৰিয়ালৰ এজন এজনকৈ সকলো সদস্যক। পাকিস্তানৰ সিন্ধ প্ৰদেশত এই ভয়ংকৰ ঘটনা৷

যুৱতীগৰাকীয়ে তেওঁৰ পৰিয়ালে পছন্দৰ প্ৰেমিকলৈ বিয়া নিদিও বুলি কোৱাৰ বাবেই হত্যা কৰিছে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক৷ এই হত্যাকাণ্ডত যুৱতীগৰাকীৰ প্ৰেমিকো জড়িত হৈ আছে৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকৰ সৈতে যুৱতীক৷

প্ৰেমিকৰ সৈতে বিয়া দিব খোজা নাছিল পৰিয়ালে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ১৯ আগষ্টত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ খৈৰপুৰৰ সমীপৰ হাইবাট খান ব্ৰহী গাঁৱত সংঘটিত হৈছিল এই ঘটনা। যুৱতীগৰাকীৰ পৰিয়ালে যুৱতীৰ প্ৰেমিকক পছন্দ নকৰাৰ কথা যুৱতীক জনাই দিছিল৷ কোনো কাৰণতে এনে প্ৰেমিকৰ সৈতে তাইক বিয়া নিদিয়ে সেই কথাও জনাইছিল৷ এই কথাই ছোৱালীজনীক ইমানেই অসন্তুষ্ট কৰি তুলিলে যে তাই মাক-দেউতাককে ধৰি পৰিয়ালৰ সকলোকে হত্যা কৰি পেলায়৷

আঁটাত মিহলাই দিছিল বিষ

ছোৱালীজনীয়ে ৰুটি বনাবলৈ ব্যৱহাৰ কৰা আঁটাত বিষ মিহলাই পৰিয়ালৰ লোকক দিলে। খাইৰপুৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ইনায়ত শ্বাহে জনোৱা মতে, ১৩ জন সদস্যই খাদ্য খোৱাৰ পিছতেই অসুস্থ হৈ পৰে। তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই আটাইকেইগৰাকীৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত বিষযুক্ত খাদ্য খোৱাৰ ফলতেই আটাইকেইজনৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে৷

যুৱতীয়ে স্বীকাৰ কৰিছে নিজা অপৰাধ

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি ঘৰত ৰুটি বনাবলৈ ব্যৱহাৰ কৰা আঁটাত এই বিষ মিহলাই দিয়াৰ কথা স্বীকাৰ কৰিছে৷ এই কামত তেওঁক প্ৰেমিকেও সহায় কৰাৰ কথা তেওঁ জনাইছে৷ ইতিমধ্যে আৰক্ষীয়ে দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
অশনি সংকেত! শুকাই আহিছে আমাজনৰ এখন উপনদী, কি হৈছে আমাজন বৰ্ষাৰণ্যত?

অশনি সংকেত! শুকাই আহিছে আমাজনৰ এখন উপনদী, কি হৈছে আমাজন বৰ্ষাৰণ্যত?

আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.