• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক শতৰানত ১০ লাখ! মাহ মাহ ধৰি বাবৰ বাহিনীয়ে পোৱা নাই দৰমহা, মাজতেই শতৰানৰ বাবে ক্ৰিকেটাৰলৈ পুৰস্কাৰ

2 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

7 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

8 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

10 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

11 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

12 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

14 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

15 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এক শতৰানত ১০ লাখ! মাহ মাহ ধৰি বাবৰ বাহিনীয়ে পোৱা নাই দৰমহা, মাজতেই শতৰানৰ বাবে ক্ৰিকেটাৰলৈ পুৰস্কাৰ

editor by editor
November 5, 2023
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
এক শতৰানত ১০ লাখ! মাহ মাহ ধৰি বাবৰ বাহিনীয়ে পোৱা নাই দৰমহা, মাজতেই শতৰানৰ বাবে ক্ৰিকেটাৰলৈ পুৰস্কাৰ
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত শতৰান কৰিছে পাকিস্তানৰ ফখৰ জামানে। তেওঁৰ শতৰানৰ বাবেই ডাকৱাৰ্থ লুইছ নিয়ম জয় কৰি ছেমিফাইনেললৈ প্ৰৱেশৰ সুযোগ লাভ কৰিছে পাকিস্তানে। সেই জয়ৰ পাছতেই ফখৰেৰ উদ্দেশ্যে ১০ লাখ টকাৰ পুৰস্কাৰমূল্যৰ কথা ঘোষণা কৰিলে পাকিস্তানৰ ক্ৰিকেট বোৰ্ডৰ চেয়াৰমেন জাকা আছৰফে। এই সময়ত তেওঁ এই পুৰস্কাৰ জয় কৰিছে য’ত বিগত তিনিমাহ ধৰি কোনোধৰণৰ বেতনেই লাভ কৰা নাই বাবৰ আজম বাহিনীয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে বাংগালুৰুত ৪০২ ৰান টাৰ্গেট দি ৮১ বলত অপৰাজিত ১২৬ ৰানৰ ইনিংছ খেলিছে ফখৰ জামানে।

বৰষুণে বাধা দিয়া এই মেচত জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনাই আছিল পাকিস্তানৰ। তাৰপিছতেই এক্স হেণ্ডেলত পাক বৰ্ডৰ তৰফৰ পৰা এটা বিশেষ পোষ্ট দিয়া হৈছে। সেই পোষ্টতেই ফখৰক ১০ লাখ টকাৰ আৰ্থিক পুৰষ্কাৰ দিয়াৰ কথা ঘোষণা কৰা হৈছে। পাক বোৰ্ডে জনোৱা অনুসৰি, মেচৰ পাছতেই তেওঁলোকে ফখৰৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল। বৰ্ডে ফখৰৰ খেলক প্ৰশংসা কৰিছে। ইয়াৰোপৰি ১০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰো ফখৰক দিয়া হ’ব বুলি জনাই পাক বৰ্ডে। পাক বৰ্ডৰ আশা, আগন্তুক খেলত ফখৰ দলটোৰ উল্লেখযোগ্য খেলুৱৈ। মেচসমূহত পাকিস্তানৰ অন্যান্য ক্ৰিকেটসকলে ভাল খেলিলে তেওঁলোককো এই পুৰস্কাৰেই দিয়া হ’ব বুলি জনাইছে পাক বৰ্ডে। পাক বৰ্ডৰ এই সিদ্ধান্তক ব্যতিক্ৰমী সিদ্ধান্ত বুলিও জনাইছে বহু ক্ৰিকেটপ্ৰেমীয়ে। দলৰ ক্ৰিকেটাৰ সকলক বিগত তিনিমাহে দৰমহা নিদিয়াৰ পাছত মাজতে এজন ক্ৰিকেটাৰক এইদৰে পুৰস্কাৰ দিয়াটো কিমান যুক্তিসংগত সেই বিচাৰ ৰাইজৰ হাতত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!
প্ৰযুক্তি

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

Next Post
এই দুৱাৰেদিয়েই মালিক ওলাই আহিব! মৰ্গৰ দুৱাৰমুখত চাৰিমাহ ধৰি অপেক্ষাত আছে এটা কুকুৰ

ওপজা দিনত নিজলৈ শতক উপহাৰ! জন্মদিনতেই শতৰান কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিলে বিৰাটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন