• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওপজা দিনত নিজলৈ শতক উপহাৰ! জন্মদিনতেই শতৰান কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিলে বিৰাটে

ওপজা দিনত নিজলৈ শতক উপহাৰ! জন্মদিনতেই শতৰান কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিলে বিৰাটে

3 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

2 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

2 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

3 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

4 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

4 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

5 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

7 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

7 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

8 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

9 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

10 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ওপজা দিনত নিজলৈ শতক উপহাৰ! জন্মদিনতেই শতৰান কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিলে বিৰাটে

editor by editor
November 5, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ওপজা দিনত নিজলৈ শতক উপহাৰ! জন্মদিনতেই শতৰান কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিলে বিৰাটে
0
SHARES
764
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ওপজা দিনতেই শচীন তেণ্ডুলকাৰৰ বিশ্বৰেকৰ্ড স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে। এদিনীয়া ক্ৰিকেটত কোহলিৰ ৪৯তম শতৰান অৰ্জন কৰিলে বিৰাটে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা মেচত বিৰাটে শচীনে তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে কোহলিয়ে শতৰান সম্পূৰ্ণ কৰিছে ১১৯টা বলত। ১০ টা বাউণ্ডেৰী কোবাই বিৰাটে। অপৰাজিত বিৰাটে ১২১ বলত ১০১ ৰান কৰে। এইবাৰৰ বিশ্বকাপত বিৰাটে তিনিবাৰ শতৰানৰ নিচেই ওচৰলৈ গৈ আউট হৈছিল। বাংলাদেশৰ বিৰুদ্ধে এটা শতৰান কৰিলেও ক্ৰিকেট অনুৰাগীৰ মন ভৰা নাছিল। মন ভৰা নাছিল বিৰাটৰো। বিৰাটে ইডেনৰ ২২ গজত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি শতক অৰ্জন কৰিবলৈ সক্ষম হয়। বিৰাটে এই শতৰানেৰে ক্ৰিকেট জগতত ৪৯তম শতৰান কৰি ইতিহাসত নাম লিপিবদ্ধ কৰিলে। বিৰাটৰ এই শতৰানৰ সাক্ষী হ’ল ইডেনৰ গেলাৰীত বহি থকা ৬৭ হাজাৰ দৰ্শক।

দেওবাৰে পুৱাৰে পৰাই ইডেন গাৰ্ডেন সজাই তোলা হৈছিল। উদ্দেশ্য কোহলিৰ জন্মদিন। ইডেনত কোহলিক শুভেচ্ছা জনাই অনুষ্ঠান কৰাৰো কথা ভাৱিছিল ছিএবি কৰ্তাই। কিন্তু ইণ্টাৰনেশ্ব্যনেল কাউন্সিল বা আই চি চিয়ে অনুমোদন নিদিলে। যাৰফলত কোহলিৰ জন্মদিন পালনৰ পৰিকল্পনা বাদ দিব লগা হয়। অন্যান্যসকলে জন্মদিনৰ ওলগ জনোৱাৰ সুযোগ নাপালেও কোহলীয়ে নিজেই সেই ফিল্ডৰ পৰা নিজকে দিলে জন্মদিনৰ উপহাৰ। পুৱাই তেওঁৰ পত্নী অনুষ্কাই জন্মদিনৰ ওলগ জনাইছিল। অনুষ্কাই ওলগ জনাওতে ১২ বছৰ পূৰ্বৰ এক ৰেকৰ্ডৰ প্ৰসংগও উল্লেখ কৰিছিল। তেওঁৰ স্বামীৰ ব্যতিক্ৰমী চৰিত্ৰৰ কথা মনত পেলাই দিছিল ক্ৰিকেটপ্ৰেমীক। সন্ধিয়াৰ ভাগত ইডেনত কোহলীয়ে নিজৰ ব্যতিক্ৰমতাৰ প্ৰমাণ দাঙি ধৰিলে। আইচিচিৰ অনুমোদনৰ অবিহনেই নিজৰ উপজা দিনৰ ওলগ নিজেই দিলে বিৰাটে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
Next Post
দ্বিখণ্ডিত হ’ল গাজা! ঘনে ঘনে বোমাবৰ্ষণ, গাজাবাসীৰ হাতত আছে মাত্ৰ ৪ঘণ্টা সময়, কি কৈছে ইজৰাইলী সেনাই?

দ্বিখণ্ডিত হ’ল গাজা! ঘনে ঘনে বোমাবৰ্ষণ, গাজাবাসীৰ হাতত আছে মাত্ৰ ৪ঘণ্টা সময়, কি কৈছে ইজৰাইলী সেনাই?

ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?

ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.