• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্বিখণ্ডিত হ’ল গাজা! ঘনে ঘনে বোমাবৰ্ষণ, গাজাবাসীৰ হাতত আছে মাত্ৰ ৪ঘণ্টা সময়, কি কৈছে ইজৰাইলী সেনাই?

দ্বিখণ্ডিত হ’ল গাজা! ঘনে ঘনে বোমাবৰ্ষণ, গাজাবাসীৰ হাতত আছে মাত্ৰ ৪ঘণ্টা সময়, কি কৈছে ইজৰাইলী সেনাই?

3 years ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

7 minutes ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

47 minutes ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

1 hour ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

1 hour ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

2 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

4 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

14 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

14 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

14 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দ্বিখণ্ডিত হ’ল গাজা! ঘনে ঘনে বোমাবৰ্ষণ, গাজাবাসীৰ হাতত আছে মাত্ৰ ৪ঘণ্টা সময়, কি কৈছে ইজৰাইলী সেনাই?

editor by editor
November 6, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
দ্বিখণ্ডিত হ’ল গাজা! ঘনে ঘনে বোমাবৰ্ষণ, গাজাবাসীৰ হাতত আছে মাত্ৰ ৪ঘণ্টা সময়, কি কৈছে ইজৰাইলী সেনাই?
0
SHARES
813
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰক্তক্ষয়ী যুদ্ধ অব্যাহত। অৱসানৰ কোনো নামগোন্ধই নাই। যুদ্ধ পৰিস্থিতি ক্ৰমাগতভাৱে ভয়াৱহ ৰূপহে লৈছে। শ শ মহিলা পুৰুষ, শিশুৰ মৃত্যুৱে বিধ্বস্ত কৰিছে গাজাক। ইয়াৰ মাজতে আৰু এক ভয়ংকৰ খবৰ ভাইৰেল হৈ পৰিছে। ইজৰাইলী সেনাই দিছে এই বিশেষ খবৰ। হামাছ নিধনৰ বাবে অমানবিয়তাৰ শেষ সীমা অতিক্ৰম কৰিছে ইজৰাইলে। পেলেষ্টাইনী জঙ্গি সংগঠনটোক শেষ কৰিবৰ বাবে সকলো প্ৰকাৰেই সাজু ইজৰাইল। ইজৰাইলী সেনাৰ তৰফৰ পৰা জনোৱা অনুসৰি ভয়ংকৰ বিস্ফোৰণত ঘটাই দ্বিখণ্ডিত কৰি দিয়া হৈছে গাজাক।

নিশাৰ অন্ধকাৰত উত্তৰ গাজাত শক্তিশালী বিস্ফোৰণ সংঘটিত কৰাইছে ইজৰাইলী সেনাই। বিগত ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা যুদ্ধত বৰ্তমান পৰ্যন্ত নিহতৰ সংখ্যাই ১০ হাজাৰৰ পৰিসীমা অতিক্ৰম কৰিছে। বিগত ৭ অক্টোবৰত ইজৰাইলৰ সীমান্তত সোমাই আক্ৰমণ কৰিছিল হামাছৰ সন্ত্ৰাসবাদী গোটে। এই আক্ৰমণত কমপক্ষেও প্ৰাণ হেৰুৱাইছিল ১৪০০ ইজৰাইলী নাগৰিকে। ইয়াৰোপৰি ২৪০ জনক পণবন্দী কৰিছিল হামাছে। ইজৰাইলক কৰা এই আক্ৰমণৰেই প্ৰত্তুত্ত্যৰ দিছে ইজৰাইলে। ইজৰাইক মুকলিকৈ সমৰ্থন জনাইছে আমেৰিকাকে ধৰি পশ্চিমৰ কেইবাখনো দেশে।

২০০৭ চনৰ পৰা গাজা উপত্যকা নিয়ন্ত্ৰণ কৰিছে হামাছে। সন্ত্ৰাসবাদী সংগঠনক নিৰ্মূল কৰা আৰু পণবন্দীক মুক্ত কৰোৱাৰ লক্ষ্যৰেই ইজৰাইলে আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলী সেনাবাহিনীৰ এজন মুখপাত্ৰই জনোৱা অনুসৰি বিস্ফোৰণ ঘটাই দুই ভাগত ভাগ কৰি দিয়া হৈছে গাজাক। অখণ্ড গাজা আৰু নাই। উত্তৰ আৰু দক্ষিণ দুই ভাগত ভাগ হৈছে গাজা। গাজা দ্বিখণ্ডিত হোৱাৰ খবৰ প্ৰকাশ কৰিছে আল জাজিৰাই। ইজৰাইলী মিডিয়াৰ দাবী, সেনাই ৪৮ ঘণ্টাৰ ভিতৰত সমগ্ৰ গাজা চহৰ দখল কৰিব। আনহাতে ইজৰাইলী সামৰিক মুখপাত্ৰই CNN ক জনোৱা অনুসৰি সাধাৰণ নাগৰিকসকলে যাতে নিৰাপদে দক্ষিণৰ ফালে যাব পাৰে তাৰবাবে ছেফ কৰিডৰ তৈয়াৰ কৰি আছে সেনাই। যাৰবাবে বিগত দুদিন ধৰি গুলীবৰ্ষণ বন্ধ কৰা হৈছে।

আনহাতে পেলেষ্টাইলী শৰণাৰ্থী শিবিৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ইজৰাইলৰ বিৰুদ্ধে। শনিবাৰে নিশা গাজাৰ মাঘাজি শৰণাৰ্থী শিবিৰত ইজৰাইলী সেনাই বোমা বৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাত মৃত্যুক সাবটি লৈছে ৫৩ জন লোকে। মৃতদেহৰ মাজত অধিকাংশ মহিলা আৰু শিশু বুলিও জানিব পৰা গৈছে। শনিবাৰে নিশা গাজাত কেৱল বোমাবৰ্ষণেই হোৱা নাই হামাছৰ সৈতে মুখামুখি সংঘৰ্ষও হৈছে। ইজৰাইলে গাজাৰ বাসিন্দাসকলক সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাৰে বাৰে আহ্বান জনাই আছে। গাজাৰ উত্তৰ আৰু দক্ষিণৰ বাসিন্দাসকলক সেই স্থান ত্যাগ কৰিবলৈ ৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে। পুৱা ১০বজাৰ পৰা দুপৰীয়া ২ বজা পৰ্যন্ত গাজাৰ বাসিন্দাসকলক সময় দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
Next Post
ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?

ধনতেৰছত ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! দুৰ্লভ যোগত লক্ষ্মীৰ কৃপাত কোন কোন ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব?

কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা’

কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.