• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা’

কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা’

3 years ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

13 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

17 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা’

editor by editor
November 6, 2023
in ভাৰত, ৰাজনীতি
0
কেদাৰনাথ দৰ্শনাৰ্থীৰ হাতত কাপ তুলি দিলে ৰাহুল গান্ধীয়ে! এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ;চায় পে চৰ্চা’
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০১৪ চনত লোকসভা নিৰ্বাচৰ পূৰ্বে সাধাৰণ জনতাৰ সৈতে মিলা মিচা কৰিবলৈকে ‘চায়ে পে চৰ্চা’ৰ দৰে কৰ্মসূচী হাতত লৈছে বিজেপিয়ে। এইবাৰ জনসংযোগৰ বাবে বিজেপিৰ চায়ে পে চৰ্চাৰ শুভাৰম্ভ কৰি দিলে বিৰোধী নেতা ৰাহুল গান্ধীয়েই। ৰাহুল গান্ধীয়ে হাতত চাহ লৈ মিলিত হৈছে সাধাৰণ জনতাৰ সৈতে। উত্তৰাখণ্ড ভ্ৰমণত থকা ৰাহুল গান্ধীয়ে কালিৰ দিনটোত কেদাৰনাথ ধামত উপস্থিত হৈছে। সোমবাৰে পুৱাই দৰ্শনাৰ্থীৰ সৈতে একেলগে দেখা গৈছে ৰাহুল গান্ধীক। অৱশ্যে ৰাহুলৰ এই ৰূপক শাসক দল বিজেপিয়ে সহজভাৱে ল’ব পৰা নাই। বিজেপিয়ে ৰাহুলৰ এই ছবি দেখা মাত্ৰকেই কটাক্ষমূলক মন্তব্য কৰিছে। হেলিকপ্টাৰত সোমবাৰে কেদাৰানাথত উপস্থিত হৈছে ৰাহুল। তেওঁত স্বাগত জনাইছে মন্দিৰৰ পুৰোহিতসকলে। ৰাহুলক এই যাত্ৰাত সংগ দিছে উত্তৰাখণ্ডৰ কংগ্ৰেছ কৰ্মীসকলে।

এই যাত্ৰাত ৰাহুলে পৰিধান কৰিছে নীলা ৰঙৰ টুপি, আৰু এটা জেকেট। এই যাত্ৰাকালত ৰাহুলে চাহৰ এখন দোকানত ৰৈ অন্য দৰ্শনাৰ্থীসকলক চাহ বিলাই আছিল। তেওঁ নিজ হাতে সকলোকে চাহ বিলাইছে ৰাহুল গান্ধীয়ে। তেওঁ নিজ হাতেৰে সকলোকে চাহৰ কাপ হাতত তুলি দিছে। তেওঁ নিজ হাতেৰে সকলোকে চাহৰ কাপ আগুৱাই দিয়া দেখি সেই বিশেষ দোকানৰ সন্মুখত ভিৰ কৰিছে সাধাৰণ জনতাই।

কংগ্ৰেছৰ সূত্ৰই জনোৱা অনুসৰি ৰাহুলৰ এই উত্তৰাখণ্ড ভ্ৰমণ ভাৰত জোড়ো যাত্ৰা কৰ্মসূচীৰ বৰ্ধিত অংশ। ইয়াৰ পূৰ্বে অমৃতসৰৰ স্বৰ্ণমন্দিৰলৈ গৈছিল ৰাহুল। তাতেই তেওঁ সেৱা কৰা কামতো নিজকে যুক্ত কৰাইছিল। সোমবাৰে পুৱাই ৰাহুলে নিজৰ ফেচবুক একাউণ্টত কেদাৰনাথ যাত্ৰাৰ কেইবাখনো ছবি পোষ্ট কৰিছে। ৰাহুলে এই ছবি পোষ্ট কৰি কেপশ্ব্যনত লিখিছে, ‘কেদাৰনাথ যাত্ৰাৰ সময়ত দৰ্শনাৰ্থীক চাহ দিলো।’ ৰাহুলে লগতে লিখিছে, ‘আজি আমি উত্তৰাখণ্ডৰ কেদাৰনাথ ধামলৈ গৈছিলো। তাতেই পূজা কৰিলো। হৰ হৰ মহাদেৱ।’

৫ ৰাজ্যৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাহুলে কেদাৰনাথ ধামত উপস্থিত হোৱাক লৈ ৰাজনৈতিক বিতৰ্ক বৃদ্ধি কৰিছে। উত্তৰাখণ্ডৰ বিজেপি মিডিয়া ইন-চাৰ্জ মনবীৰ সিঙ চৌহানে ৰাহুলক আক্ৰমণ কৰি কৈছে, ‘আমি আশা কৰিম যে কেদাৰনাথে ৰাহুলজিক সদ বুদ্ধি দিয়ক আৰু দেশৰ স্বাৰ্থত তেওঁৰ দলৰ নেতাই দুৰ্নীতি বিৰোধী নীতি গ্ৰহণ কৰিব।’ ইয়াৰোপৰি বিজেপিৰ অভিযোগ যে, ‘ভোটৰ স্বাৰ্থতেই ৰাহুলে কেদাৰনাথ দৰ্শন কৰিছে। বিজেপিক ওলোটাই আক্ৰমণ কৰি কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে, ‘প্ৰকৃত সদবুদ্ধি বিজেপিৰেই প্ৰয়োজন। বিজেপিয়ে ভাৱিছে, তেওঁলোকৰ দৰে আমিও দুৰ্নীতিপৰায়ণ। প্ৰকৃততে দুৰ্নীতিগ্ৰস্থ ব্যক্তিসকলেহে এতিয়া বিজেপিত আশ্ৰয় লৈছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
Next Post
তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?

তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?

দীপাৱলীৰ পূৰ্বে ঘৰ চাফা কৰোতে এইকেইবিধ সামগ্ৰী লাভ কৰিছে নেকি? ভাগ্য এইবাৰ আপোনাৰ হাতৰ মুঠিত

দীপাৱলীৰ পূৰ্বে ঘৰ চাফা কৰোতে এইকেইবিধ সামগ্ৰী লাভ কৰিছে নেকি? ভাগ্য এইবাৰ আপোনাৰ হাতৰ মুঠিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.