• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

2 years ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

16 minutes ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

32 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

1 hour ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

editor by editor
May 2, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

সনাতন ধৰ্মত বহু ক্ষেত্ৰতে শুভ-অশুভ কাৰ্য চোৱা যায়। বিয়া-বাৰুৰ কাৰ্য অথবা কোনো পূজা-পাঠ আদিৰ ক্ষেত্ৰতো শুভ দিন চোৱা যায়। পাছে পঞ্চকৰ এই ৫ দিন কোনো ভাল কামতে হাত দিয়া নাযায়।

হিন্দু ধৰ্মত বৰকৈ মনা হয় এই পঞ্চক । আজি ২ মে’ তাৰিখৰ পৰা লাগিছে পঞ্চক, অহা ৬ মে’ তাৰিখলৈ থাকিব এই দিন।

কি হয় পঞ্চক- ৫ দিনৰ হয় এই পঞ্চক। চন্দ্ৰ যেতিয়া ধনিষ্ঠা নক্ষত্ৰৰ তৃতীয় চৰণত প্ৰৱেশ কৰে তেতিয়াই তাক পঞ্চক বুলি ধৰা হয়। সাধাৰণ ভাষাত কবলৈ গলে চন্দ্ৰ কুম্ভ আৰু মীন ৰাশিত প্ৰৱেশ কৰিলে এই যোগ হয়।

জ্যোতিষ শাস্ত্ৰত এই পঞ্চক যোগ অতিকে অশুভ বুলি ধৰা হয়। এই যোগ পৰাৰ সময়ত কোনো ধৰণৰ শুভ কাৰ্য কৰা নহয়। তাৰোপৰি এই পঞ্চক কালত যদি কোনো লোকৰো মৃত্যু হয়, তেতিয়া সেই পৰিয়ালটো বা চুবুৰীয়ালৈ সংকট নামিব পাৰিব বুলি বিশ্বাস কৰে বহুতে।

কি কামৰ পৰা বিৰত থাকিব এই এই পঞ্চত কালত-
দক্ষিণ দিশত যাত্ৰা- এই পঞ্চক কালত কোনো লোককে দক্ষিণ দিশত যাত্ৰা কৰিব নালাগে।
খৰিৰ কাম নকৰা- এই সময়ছোৱাত খৰি সম্পৰ্কীয় কোনো কাম কৰিব নালাগে।
মৃতকৰ শেষকৃত্য- এই কালছোৱাত কোনো লোকৰ মৃত্যু হলে শেষ কৃত্য কৰোতে কিছু সাৱধান হব লাগে। আটা-বেচন আৰু ঘাঁহেৰে ৫ টা পুতলা প্ৰস্তত কৰি একেলগে মৃতদেহৰ সৈতে শেষকৃত্য সমাপন কৰিব লাগে।
শুভ কাৰ্য আদি বন্ধ- এই সময়ছোৱাত বিয়া-বাৰু, পূজা পাতল আদি শুভ কাৰ্যৰ পৰাা বিৰত থাকিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyJyotishPanchakPanchak kal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
Next Post
বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ’ব নেকি এই…

বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ'ব নেকি এই...

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.