• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

2 years ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

8 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

49 minutes ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

1 hour ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

2 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

editor by editor
August 28, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হৈছে ১৭ সংখ্যক পেৰালিম্পিক। পেৰা এথলীটৰ বাবে সোণৰ পদক বহু মূল্যৱান। বহু ইভেণ্ট আৰু পেৰালিম্পিকৰ বহু ভিন্ন সংস্কৰণত বহু পদক লাভ কৰি নিজৰ নামত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে পেৰা এথলীট।

এনে বহু অভিলেখৰ মাজত এটা এনে ৰেকৰ্ড আছে, যি সহজে ভংগ কৰাটো প্ৰায় অসম্ভৱ। পেৰালিম্পিক ইতিহাসত এগৰাকী পেৰা এথলীটৰ নামত আছে সৰ্বাধিক ৩২টা সোণৰ পদক লাভ কৰাৰ অভিলেখ। বহু বছৰ ধৰি পেৰালিম্পিকত নিজৰ ঐতিহাসিক প্ৰদৰ্শনেৰে দেশৰ পতাকা উজলাই তুলিছে বহু খেলুৱৈয়ে।

পেৰালিম্পিকৰ ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈগৰাকী হৈছে আমেৰিকাৰ মহিলা সাঁতোৰবিদ ট্ৰিছা জোৰ্ন-হাডছন (Trischa Zorn-Hudson)। আমেৰিকাৰ পেৰা সাঁতোৰবিদ তৃষাই পেৰালিম্পিকৰ ইতিহাসত মুঠ ৪৬টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ৩২টা স্বৰ্ণ, ৯টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক।

জন্মতে জোৰ্ণ-হাডছনৰ চকুৰ জেনেটিক ডিছঅৰ্ডাৰ আছিল যাৰ ফলত তেওঁ অন্ধ হৈ পৰিছিল। সেই শাৰীৰিক বসংগতিক আওকান কৰি প্ৰথমবাৰৰ বাবে ১৯৮০ চনৰ পেৰালিম্পিকত অংশগ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাথো ১৬ বছৰ। তৃষাই প্ৰথম অলিম্পিকত ৭টা স্বৰ্ণ পদক লাভ কৰিছিল।

২০১২ চনত আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক হোল অৱ ফেমত স্থান লাভ কৰাৰ বিপৰীতে ২০২২ চনত আমেৰিকাৰ অলিম্পিক আৰু পেৰালিম্পিক হোল অৱ ফেমত স্থান লাভ কৰাত সফল হৈছিল ত্ৰিশাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: goldGold MedalolympicOlympic GoldPera Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

Next Post
দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

কাইলৈ আজা একাদশী, ৫ ৰাশিৰ সকলো কষ্ট আৰু পাপ নিৰাময় কৰিব ভগৱান বিষ্ণুৱে, এইদৰে পালন কৰিক ব্ৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন