পৰমানন্দই সাহিত্য সভাক খালে। এইবাৰ ছাত্ৰ-ছাত্ৰীৰ মূৰ খাইছে পৰমাই। পৰীক্ষা বন্ধ কৰি বিদ্যালয় চৌহদতে পৰমানন্দৰ নিৰ্বাচনী সভা।