• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

3 years ago
ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

22 minutes ago
চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

1 hour ago
বাংলাদেশী, মৌলবাদীৰ বিৰুদ্ধে আছুৰ হুংকাৰ, CAAক লৈ চৰকাৰক কি সকীয়নি?

বাংলাদেশী, মৌলবাদীৰ বিৰুদ্ধে আছুৰ হুংকাৰ, CAAক লৈ চৰকাৰক কি সকীয়নি?

2 hours ago
আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?

আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?

2 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

3 hours ago
অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

4 hours ago
মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

4 hours ago
অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

4 hours ago
হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?

হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?

5 hours ago
টনিষ্ক জুৱেলাৰীত চোৰৰ সিন্ধি! লুটিলে ৩০ কেজি সোণৰ অলংকাৰ

টনিষ্ক জুৱেলাৰীত চোৰৰ সিন্ধি! লুটিলে ৩০ কেজি সোণৰ অলংকাৰ

6 hours ago
বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!

বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণৰ মূল্য, ১০ গ্ৰাম সোণৰ মূল্য জানি হ’ব আচৰিত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

editor by editor
February 9, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ কেইবামাহ পূৰ্বেই পদকক লৈ আয়োজক সমিতিয়ে দিছে ডাঙৰ খবৰ। অলিম্পিক পদক জিকিলেই লাভ কৰিব এটুকুৰা আইফেল টাৱাৰ। অৰ্থাৎ আইফেল টাৱাৰৰ এটা অংশ খোদাই কৰা হ’ব প্ৰতিটো পদকতেই। বৃহস্পতিবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আয়োজক দেশে। অলিম্পিকৰ প্ৰতিটো পদকতে খোদাই কৰা থাকিব আইফেল টাৱাৰৰ বিশেষ অংশ। সোন, ৰূপ, ব্ৰঞ্জ তিনিওটা পদকতেই থাকিব এই ছবি। ফলত যিসকলে অলিম্পিকত পদক জয় কৰিব তেওঁলোকে ফ্ৰান্সৰ ইতিহাসৰ সাক্ষ্য আজীৱন বহন কৰিব।

আইফেল টাৱাৰৰ উচ্চতা হৈছে ৩৩০ মিটাৰ। টাৱাৰটো ১৮,০৩৮টা লোহাৰ টুকুৰাৰে নিৰ্মাণ কৰা হৈছে। কিন্তু বিশেষ কাৰণত প্ৰকৃত কাঠামোৰ মাজত কিছু সালসলনি অনা হয়। যি অংশ খুলি অনা হৈছে সেই অংশৰ পৰা পদকৰ মাজত বিশেষ ছবি খোদাই কৰা হ’ব। প্ৰতিটো টুকুৰাৰ ওজন হ’ব ১৮গ্ৰাম।

পদকৰ নক্সা নিৰ্মাণ কমিটিৰ প্ৰধান জোয়াকিম ৰংকিনে জনোৱা অনুসৰি এই সংস্থাই আইফেল টাৱাৰৰ বিশেষ অংশটোৰ সংৰক্ষণৰ দায়িত্বত আছিল। তেওঁলোকৰ পৰা অনুমতি লৈয়েই পদকত টুকুৰাটো স্থাপন কৰা হৈছে। টাৱাৰৰ সেই অংশটো পলিছ কৰি ঝালাই কৰি নিৰ্দিষ্ট আকাৰ দি পদক স্থাপন কৰা হৈছে। পদকৰ ওপৰত পেৰিছ ২০২৪ লিখা থাকিব।

ফ্ৰান্সৰ মানচিত্ৰৰ কথা মূৰত ৰাখিয়েই ৬কোণীয়া কৰা হৈছে পদকটো। অলিম্পিকত সকলো মিলি মুঠ ৫০৮৪টা পদক আছে। ইয়াৰ মাজতেই আছে অলিম্পিকৰ বাবে ২৬০০টা আৰু পেৰাঅলিম্পিকৰ বাবে ২৪০০টা পদক। সোনৰ পদকৰ ওজন হ’ব ৫২৯গ্ৰাম। কিন্তু এই সোণ প্ৰকৃত সোণ নহয়। ৰূপৰ ওপৰত ৬গ্ৰামৰ প্ৰলেপহে থাকিব। ৰূপৰ পদকৰ ওজন হ’ব ৫২৫গ্ৰাম। ব্ৰঞ্জৰ পদকৰ ওজন ৪৫৫গ্ৰাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!
বিনোদন

ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

November 12, 2026
চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং
বিশ্ব

চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

November 12, 2026
এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

November 12, 2026
মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?
ভাৰত

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

November 12, 2026
Next Post
সংসদত গৌৰৱে দাঙি ধৰিলে বিস্ফোৰক তথ্য, প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰি গৌৰৱে ক’লে এইকেইটা কথা

সংসদত গৌৰৱে দাঙি ধৰিলে বিস্ফোৰক তথ্য, প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰি গৌৰৱে ক'লে এইকেইটা কথা

কলকাতাৰ মহিলা কাৰাগাৰত জন্ম হৈছে ১৯৬ টা শিশু, কয়দী কেনেকৈ অন্তঃসত্ত্বা হৈছে?

কলকাতাৰ মহিলা কাৰাগাৰত জন্ম হৈছে ১৯৬ টা শিশু, কয়দী কেনেকৈ অন্তঃসত্ত্বা হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.