অসম লাইভ ২৪ঃ আজি দৃশ্যমান হ’ব শতিকাৰ দীৰ্ঘতম চন্দ্ৰ গ্ৰহণ৷ দুপৰীয়া ১ বজাত আৰম্ভ হ’ব গ্ৰহণ৷ নাছাৰ তথ্য অনুসৰি, ৩ ঘণ্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি চলিব চন্দ্ৰগ্ৰহণ৷ উত্তৰ-পূব ভাৰতৰ একাংশ অঞ্চলত হ’ব দৃশ্যমান৷ ৫৮০ বছৰৰ পাছত আজি দৃশ্যমান হ’ব এই দীৰ্ঘতম চন্দ্ৰগ্ৰহণ৷ অসম আৰু অৰুণাচল প্ৰদেশত শেষৰ দৃশ্যাংশ দৃশ্যমান হ’ব গ্ৰহণৰ৷ অসমত বেছি প্ৰভাৱ নপৰে গ্ৰহণৰ৷
Click Here To See More:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ