• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
deadbody alive

আচৰ্য্যকৰ! মৰ্গত জী উঠিল এটি মৃতদেহ, ৭ ঘণ্টাৰ পাছত উশাহ ল’লে এগৰাকী ব্যক্তিয়ে

5 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

2 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

3 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

3 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

4 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

5 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

6 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

6 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

6 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

7 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

8 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

9 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আচৰ্য্যকৰ! মৰ্গত জী উঠিল এটি মৃতদেহ, ৭ ঘণ্টাৰ পাছত উশাহ ল’লে এগৰাকী ব্যক্তিয়ে

editor by editor
November 20, 2021
in গুৱাহাটী, ভাৰত
0
deadbody alive
0
SHARES
850
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আচৰ্য্যকৰ! চিকিৎসকে মৃত ঘোষণা কৰা ব্যক্তিয়ে ৭ ঘণ্টাৰ পাছত ল’লে উশাহ৷ উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এই বিস্ময়কৰ ঘটনা৷ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱা এগৰাকী ব্যক্তিক মৃত ঘোষণা কৰে চিকিৎসকে৷ নিশা চিকিৎসালয়ৰ মৰ্গত ৰাখি পুৱা প’ষ্টমৰ্টেম কৰিবলৈ লোৱা সময়তে উশাহ ল’বলৈ আৰম্ভ কৰে মৃত ঘোষিত শ্ৰীকেশে৷ ঘটনা দেখি আচম্বিত হৈ পৰে প’ষ্টমৰ্টেম কৰা ব্যক্তি৷ শুকুৰবাৰে পুৱা ১১ বজাত সংঘটিত হয় এই ঘটনা৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত মুৰাদাবাদৰ তিনিখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগৰাকীক৷ আচৰ্য্যজনকভাৱে তিনিওখন হাস্পতালতেই মৃত ঘোষণা কৰা হৈছিল শ্ৰীকেশক৷ সম্প্ৰতি এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি৷ হাস্পতাল কৰ্তৃপক্ষ তথা চিকিৎসকৰ দায়িত্বজ্ঞানহীনতা বিষয়টোও চৰ্চালৈ আহিছে৷ কিন্তু এনেকুৱা ঘটনা এইয়াই প্ৰথম নহয়৷ পূৰ্বেও দেশৰ বিভিন্ন প্ৰান্তত এনেঘটনাৰ কথা পোহৰলৈ আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in Assamdead alivemuradabad incident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’
অপৰাধ

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

October 23, 2026
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!
বিনোদন

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

October 23, 2026
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!
জীৱনশৈলী

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

October 23, 2026
Next Post
chemical castration

ধৰ্ষণকাৰীক ৰাসায়নিক পদ্ধতিৰে নপুংসক কৰি এৰি দিয়াৰ আইন প্ৰণয়ন, কঠোৰ পাকিস্তান৷ ভাৰততো এই আইন প্ৰণয়ন হোৱাটো আপুনি বিচাৰেনে? মন্তব্য কৰক

অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?

অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.