• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?

অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?

5 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

5 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

6 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

6 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

7 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

8 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

9 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

9 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

10 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

11 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?

editor by editor
November 20, 2021
in অসম, গুৱাহাটী, ভাৰত, লেখা, শিক্ষা
0
অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

                                                             অসমত অনুসূচিত জাতি-জনজাতিৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি হৈছে নেকি?

                                                                                                                                                                                      ড০ জ্ঞানেন্দ্ৰ বৰ্মন

                                                                                                                                                                                    (লেখক, ৰাজনৈতিক বিশ্লেষক)

                                                                                                                                                                                      ফোন নং: ৯৮৬৪৪৪৪৯৮৬

একাংশ ইছলামিক দল, সংগঠনৰ নেতাই পূৰ্ববংগীয় মুছলমানৰ জনসংখ্যা বিস্ফোৰণৰ কথাটো অস্বীকাৰ কৰি হিন্দু সমাজৰ অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST)ৰ হে জনসংখ্যা যথেষ্ট বৃদ্ধি হোৱা বুলি দাবী কৰে৷ বহুবিবাহ, বাল্যবিবাহ, অনিয়ন্ত্ৰিত জন্মৰ হাৰ, অনুপ্ৰৱেশ আদি কাৰকে অসমত মুছলিম জনসংখ্যাৰ অসমানুপাতিক বৃদ্ধিত অৰিহণা যোগাইছে৷ জনসংখ্যা বৃদ্ধিৰ হাৰ, ভোটাৰৰ সংখ্যা বৃদ্ধি আদিলৈ লক্ষ্য কৰিলে এই কথা দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰে৷ কিন্তু একাংশই দাবী কৰাৰ দৰে অসমত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ অত্যাধিক জনসংখ্যা বৃদ্ধি হোৱা নাই৷

২০০১ চনৰ লোকপিয়ল মতে, অসমৰ মুঠ জনসংখ্যাৰ ৬.৯%  বা ১৮,২৫,৯৪৯ জন অনুসূচিত জাতিৰ লোক৷ ১৯৯১-২০০১ সময়ছোৱাত অসমৰ অনুসূচিত জাতিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১০%৷ সৰ্বভাৰতীয় পৰ্যায়ত এই সময়ছোৱাত অনুসূচিত জাতিৰ জনসংখ্যা ১৮.৪০% বৃদ্ধি হৈছিল৷ ২০১১ৰ লোকপিয়লত অসমৰ অনুসূচিত জাতিৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ৭.১৫ % বা ২২,৩১,৩২১ জন৷

২০০১ চনৰ তথ্য মতে দেশত অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ আছিল ২.৪৭%৷ এই সময়ছোৱাত মুছলমানৰ মুঠ প্ৰজনন হাৰ আছিল ৩.০৬%৷

২০১৫-১৬ ৰ NaTIONAL family health survey-4 ৰ তথ্য মতে অসমৰ অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ আছিল ১.৮৩৷ আনহাতে অসমৰ মুছলমানৰ মুঠ প্ৰজনন হাৰ আছিল ২.৯৩৷ এই সময়ত অসমত অনুসূচিত জাতিৰ মহিলাৰ বন্ধ্যাকৰণৰ হাৰ আছিল ৩.২%৷

National Family Health Survey-5 ৰ তথ্য মতে অসমৰ অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ (total fertility rate) u@n ১.৭৩৷ ইয়াৰ বিপৰীতে মুছলমানৰ মুঠ প্ৰজনন হাৰ হ’ল ২.৩৮৷ অনুসূচিত জাতিৰ তুলনাত মুছলমানৰ প্ৰজনন হাৰ ৩৭. ৫৭% বেছি৷ এই সময়ত অনুসূচিত জাতিৰ মহিলাৰ বন্ধ্যাকৰণৰ হাৰ হ’ল ৩.৭৷ হিন্দু মহিলাৰ সামগ্ৰীকভাৱে বন্ধ্যাকৰণৰ হাৰ হ’ল ১২.০%৷ অসমৰ কোনো এখন জিলাতে অনুসূচিত জাতিৰ জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধি হোৱা নাই৷ তলৰ তালিকাখনৰ পৰাই কথাটো স্পষ্ট হৈ পৰেঃ

জিলা                 ২০০১                        ২০১১

(জিলাখনৰ মুঠ জনসংখ্যাৰ          (জিলাখনৰ মুঠ জনসংখ্যাৰ

কিমান শতাংশ অনুসূচিত জাতি)     কিমান শতাংশ অনুসূচিত জাতি)

২০০১                          ২০১১

দৰং                    ৪.৬%                          ৪.৩%

মৰিগাঁও              ১২.৯%                           ১২.৩১%

নগাঁও                 ৯.৩%                           ৯.৪৩%

শোণিতপুৰ         ৫.২%                            ৫.৬৭%

ধেমাজি             ৫.৩%                          ৬.৪৫%

তিনিচুকীয়া        ২.৭%                          ২.৮%

ডিব্ৰুগড়            ৪.১%                          ৪.৪%

শিৱসাগৰ           ৩.৪%                          ৩.৭%

গোলাঘাট          ৫.৪%                           ৫.৮৪%

কাৰ্বি আংলং       ৩.৬%                          ৪.৭%

উত্তৰ কাছাৰ জিলা  ১.৮%                          ২.৩%

(বৰ্তমান ডিমা হাছাও)

কাছাৰ              ১৪.৪%                         ১৫.২৫%

কৰিমগঞ্জ         ১৩.০%                         ১২.৮৫%

হাইলাকান্দি        ১০.৯%                         ১০.৭২%

কোকৰাঝাৰ      ৩.৪%                          ৩.৩%

ধুবুৰী                 ৩.৯%                          ৩.৬%

গোৱালপাৰা      ৪.৮%                          ৪.৫%

বঙাইগাঁও          ১০.৩%                         ১১.২%

বৰপেটা           ৫.৭%                          ৫.৬৩%

কামৰূপ            ৬.৮%                          ৭.১%

নলবাৰী             ৭.৫%                          ৭.৮%

অনুসূচিত জাতিৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩২% কৈৱৰ্ত্ত আৰু প্ৰায় ৩০% নমঃশূদ্ৰ৷ মৎস পালন এই সম্প্ৰদায় দুটাৰ পৰম্পৰাগত বৃত্তি কিন্তু মাছৰ ব্যৱসায় এটা বৃহৎ অংশ এতিয়া পমুৱা মুছলমানৰ দখলত৷

National Family Health Survey-5 ৰ তথ্য মতে অসমত অনুসূচিত জাতিৰ মুঠ প্ৰজনন হাৰ হ’ল ১.৫৪৷ এই সংখ্যাই অনুসূচিত জনজাতিৰ জনসংখ্যা আহি থকা সময়ত ৰাজ্যখনত নিম্নগামী গোৱাৰ ইংগিত দিয়ে৷ ২০০১ চনত অনুসূচিত জনজাতিৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ১২.৪% আছিল৷ ২০১১ চনতো এই সংখ্যা ১২.৪ এ আছে৷ বৰ্তমান মুঠ প্ৰজনন হাৰ নিম্নগামী হোৱালৈ চাই ২০২১ৰ লোকপিয়লত অনুসূচিত জনজাতিৰ জনসংখ্যা নিম্নগামী হোৱাৰ আশংকা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: articleasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
Next Post
ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিষয়াক আৱদ্ধ অৰুণাচলীৰ, লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিষয়াক আৱদ্ধ অৰুণাচলীৰ, লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

চাকৰি প্ৰত্যাশী অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখবৰ

চাকৰি প্ৰত্যাশী অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.