• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিষয়াক আৱদ্ধ অৰুণাচলীৰ, লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিষয়াক আৱদ্ধ অৰুণাচলীৰ, লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

5 years ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

6 minutes ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

20 minutes ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

2 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

3 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

3 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

5 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

7 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

21 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

21 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

22 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিষয়াক আৱদ্ধ অৰুণাচলীৰ, লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা

editor by editor
November 20, 2021
in অসম, গুৱাহাটী, ভাৰত
0
ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিষয়াক আৱদ্ধ অৰুণাচলীৰ, লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা। ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগৰ দলক আবদ্ধ কৰিলে অৰুণাচলীয়ে। অবৈধ দখলদাৰী অৰুণাচলী দুৰ্বৃত্তই কাঢ়ি নিলে বন বিষয়াৰ ম’বাইল, পৰিচয় পত্ৰ। বনৰক্ষীৰ বন্দুক কাঢ়ি নিয়াৰ চেষ্টা চলাই উপদ্ৰৱকাৰী অৰুণাচলীয়ে। সীমান্তত চলি থকা পাৱাৰগ্ৰীডৰ লাইনৰ কাম পৰিদৰ্শন কৰিবলৈ গৈছিল লখিমপুৰৰ DFO অশোক কুমাৰ দেৱ চৌধুৰীসহ এটা বনবিভাগৰ দল। সেই সময়তে ৰঙা বনাঞ্চলত অৰুণাচলীয়ে পথ নিৰ্মাণ কৰি থকা দেখি বাধা দিছিল বনবিভাগৰ দলটোৱে। তাতেই ক্ষুণ্ণ হৈ অৰুণাচলীয়ে আবদ্ধ কৰে বনবিভাগৰ দলটোক। কাঢ়ি লয় DFO গৰাকীৰ মোবাইল ফোন, পৰিচয়পত্ৰ। নিজকে অৰুণাচলৰ ছাত্ৰ সংগঠনৰ নেতা-সদস্য বুলি পৰিচয় দিয়া দখদাৰীহঁতে বনৰক্ষীৰ অস্ত্ৰও কাঢ়ি লোৱাৰ চেষ্টা চলায়। ইমানেই নহয় অৰুণাচলী দুৰ্বৃত্তই ফালি পেলায় বনৰক্ষীৰ পোছাকো।

ৰঙা বনাঞ্চলত অৰুণাচলীৰ উৎপাতৰ খবৰ পাই ঘটনাস্থলীলৈ ৰাওনা হয় লখিমপুৰৰ বনবিভাগ আৰু আৰক্ষীৰ বিশাল বাহিনী। আৰু তেওঁলোকে অৰুণাচলী দুৰ্বৃত্তই আবদ্ধ কৰি ৰখা বনবিভাগৰ দলটোক মুকলি কৰি আনে। কিন্তু, অৰুণাচলীৰ এই আগ্ৰাসন ৰোধৰ বাবে সক্ষম হ’বনে অসম চৰকাৰ? অসমৰ মাটিত অবৈধভাৱে পথ নিৰ্মাণৰ আঁচনিত যে অৰুণাচল চৰকাৰৰ সন্মতি আছে সেয়া দুগ্ধপোষ্য বালকৰো বোধগম্য। উল্লেখ্য অৰুণাচলতো চলি আছে পেমা খাণ্ডুৰ নেতৃত্বত বিজেপিৰ চৰকাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelborder clash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
Next Post
চাকৰি প্ৰত্যাশী অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখবৰ

চাকৰি প্ৰত্যাশী অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখবৰ

meeting-of-shreemanta-shankardev-sangha-at-naharkatiya

স্থাপন হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ লাইখুঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.