• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?

পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?

3 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

9 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

9 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

10 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

10 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

10 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

11 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

11 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

11 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

12 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

13 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

14 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?

editor by editor
August 6, 2023
in বিবিধ, ভাৰত
0
পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে দিয়া পাছপৰ্ট আবেদন প্ৰক্ৰিয়াত আনিছে কেইটামান বিশেষ পৰিবৰ্তন।
নতুন পাছপোৰ্ট আবেদনকাৰীসকলে এতিয়া বিশেষ চৰকাৰী লিংকত ক্লিক কৰি অনলাইনযোগে কৰিব লাগিব আবেদন।
আৱেদনকাৰীসকলে অফিচিয়েল ৱেবচাইট passportindia.gov.inত গৈ কৰিব পাৰিব আবেদন।
এই ৱেবচাইটত ক্লিক কৰাৰ পাছতেই ব্যক্তিগৰাকীৰ সকলো নথি আপলোড কৰিব লাগিব ৱেবচাইটটোত।
দেশৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য।
আবেদনকাৰীসকলে পাছপোৰ্ট বনাবলৈ নথিৰ হাৰ্ডকপি আনিব নালাগে বুলিও জনাইছে মন্ত্ৰণালয়ে।
কেৱল নথিৰ ফটো ডিজিটেল প্ৰক্ৰিয়াৰেই আপলোড কৰিব লাগিব আবেদনকাৰীয়ে।
এই প্ৰক্ৰিয়া পূৰ্বৰ পাছপোৰ্ট প্ৰক্ৰিয়াতকৈ সোনকালেই হ’ব বুলি জনাইছে বৈদেশিক মন্ত্ৰণালয়ে।
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ তৰফৰ পৰা ডিজিলকাৰো মুকলি কৰা হৈছে।
ব্যৱহাৰকাৰীয়ে সুৰক্ষিতভাৱে চৰকাৰী নথিপত্ৰ ইয়াত সংৰক্ষণ কৰিব পাৰে।
ড্ৰাইভিং লাইচেঞ্চ, বাহন পঞ্জীয়নৰ প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট আদিও ইয়াত সংৰক্ষণ কৰিব পাৰে।
DigiLockerৰ জৰিয়তেই পাছপোৰ্টৰ অনলাইন আবেদন কৰি থকাসকলে নথি আপলোড কৰিব পাৰিব।
এই নথিপত্ৰসমূহ ডিজিলকাৰত কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰো বাখ্যা দাঙি ধৰা হৈছে।
ব্যৱহাৰকাৰীয়ে প্ৰয়োজনীয় চৰকাৰী নথিপত্ৰ যেনে শিক্ষাৰ প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰ,
পেন কাৰ্ড, আধাৰ কাৰ্ড, পাছপোৰ্ট আৰু ভোটাৰ পৰিচয় পত্ৰ সংৰক্ষণ কৰিব পাৰিব।
আবেদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ আৰু পাছপোৰ্ট সেৱা কেন্দ্ৰ, ডাকঘৰ পাছপোৰ্ট সেৱা কেন্দ্ৰত নথি জমা প্ৰক্ৰিয়া সহজ কৰিবলৈকে এই সিদ্ধান্ত।
ডিজিলকাৰত নথি সংৰক্ষণৰ বাবে পোনতে এটা একাউণ্ট খুলিব লাগিব ব্যৱহাৰকাৰীয়ে।
ব্যৱহাৰকাৰীসকলে এটা ম’বাইল নম্বৰ একাউণ্ট খুলোতে পঞ্জীয়ন কৰিব লাগিব।
বিশেষ নম্বৰটো ইতিমধ্যে আধাৰৰ সৈতে লিংক থকা হ’ব লাগিব।
ডিজিলকাৰ একাউণ্টত লগ ইন কৰোঁতে, ব্যৱহাৰকাৰীসকলক লিংক কৰা ম’বাইল নম্বৰলৈ এটা পাছকোড (অটিপি) আহিব।
সেই বিশেষ অটিপি আপুনি লগ ইন প্ৰক্ৰিয়াত দাখিল কৰিব লাগিব।
এই একাউণ্টত পাছলৈ আপোনাৰ বিভিন্ন নথি এড কৰিও থাকিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Next Post
প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?

প্ৰেমে নামানে বয়স! বয়সতকৈ ডাঙৰ ব্যক্তিৰ প্ৰেমত কিয় পৰে এই ৰাশিৰ ব্যক্তিয়ে?

‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

'সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.