• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ন্যাসী হোৱাৰ ইচ্ছা! পতঞ্জলিয়ে দিছে বিজ্ঞাপন… কি কি যোগ্যতাৰ ভিত্তিত আপুনি সন্ন্যাসী হ’ব পাৰিব?

সন্ন্যাসী হোৱাৰ ইচ্ছা! পতঞ্জলিয়ে দিছে বিজ্ঞাপন… কি কি যোগ্যতাৰ ভিত্তিত আপুনি সন্ন্যাসী হ’ব পাৰিব?

4 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

37 minutes ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

53 minutes ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

1 hour ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

2 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

2 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

3 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

4 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

5 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

6 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

7 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্ন্যাসী হোৱাৰ ইচ্ছা! পতঞ্জলিয়ে দিছে বিজ্ঞাপন… কি কি যোগ্যতাৰ ভিত্তিত আপুনি সন্ন্যাসী হ’ব পাৰিব?

editor by editor
March 17, 2023
in জীৱনশৈলী, ভাৰত
0
সন্ন্যাসী হোৱাৰ ইচ্ছা! পতঞ্জলিয়ে দিছে বিজ্ঞাপন… কি কি যোগ্যতাৰ ভিত্তিত আপুনি সন্ন্যাসী হ’ব পাৰিব?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্ন্যাস মানেই ত্যাগ! সংসাৰ, মোহ, লোভ এইসমূহ ত্যাগ কৰি পৰমাত্মাৰ আৰাধনা বা পৰমাত্মাৰ সৈতে একাত্ম হোৱাৰ পথ বিচৰা৷ এই পথ সহজ নহয়৷ এইবাৰ সন্ন্যাসী হোৱাৰ বাবে জনতাক সুযোগ দিছে যোগপীঠ পতঞ্জলীয়ে৷ সম্প্ৰতি পতঞ্জলিৰ তৰফৰ পৰা দিয়া হৈছে এক বিজ্ঞাপনো৷ বিজ্ঞাপনটোত সন্ন্যাসী হ’বলৈ কি কি যোগ্যতা লাগে সেই কথাও উল্লেখ কৰিছে৷

কম বয়সীয়া শিক্ষিত যুৱক-যুৱতীক এই সুযোগ দিছে পতঞ্জলীয়ে৷ সন্ন্যাসী হোৱাৰ বাবে পোনতেই নিজৰ নাম নথীভুক্ত কৰিব লাগিব৷ সন্ন্যাসী হ’বলৈ কিমান শিক্ষিত হ’ব লাগিব সেই কথাও উল্লেখ আছে বিজ্ঞাপনটোত৷ নাম নথিভুক্ত কৰিবলৈ এজন যুৱক কমেও হাইছেকেণ্ডাৰী উত্তীৰ্ণ হ’ব লাগিব৷ স্নাতক বা স্নাতকোত্তৰ হ’লে বিশেষ গুৰুত্ব পাব৷ যিসকলে যোগচৰ্চা বিষয়ত পঢ়াশুনা কৰিছে, দৰ্শন, বেদশাস্ত্ৰ, সংস্কৃত ব্যাকৰণ আৰু সংস্কৃত সাহিত্যত পঢ়াশুনা কৰিছে সেইসকলেও বিশেষ গুৰুত্ব লাভ কৰিব৷ এই যোগদান কাৰ্যসূচীত প্ৰায় ১০০ গৰাকী যুৱক-যুৱতীয়ে সন্ন্যাস গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব৷

২২ মাৰ্চৰ পৰা ৩০ মাৰ্চ পৰ্যন্ত ৯ দিন ধৰি এই অনুষ্ঠান চলিব৷ সংস্থাৰ দাবী, যিসকলে যোগদান কৰিব তেওঁলোকৰ ঋষিৰ দৰে এক ব্যক্তিত্ব গঢ়ি তোলাত প্ৰথম গুৰুত্ব দিয়া হ’ব৷ কিন্তু ইয়াৰ আঁৰত মূল উদ্দেশ্য কি? হিন্দু সনাতন ধৰ্মক ভাৰতৰ তথা বিশ্বৰ ধৰ্ম হিচাপে তুলি ধৰাৰ লগতে ভাৰতক বিশ্বৰ সকলোতকৈ ক্ষমতাশালী দেশলৈ পৰিণত কৰাই মূল উদ্দেশ্য৷ যিসকলে পৰীক্ষা বা অন্য কোনো কাৰণত এই সমাৰোহত ভাগ ল’ব নোৱাৰে তেওঁলোকৰ বাবেও বিকল্প ব্যৱস্থা থকাৰ কথা উল্লেখ আছে বিজ্ঞাপনত৷ দেশত বহুসংখ্যক সন্ন্যাসী আৰু সংঘই ধৰ্মপ্ৰচাৰৰ কাম কৰি আহিছে যদিও শিক্ষাগত যোগ্যতা চাই বিজ্ঞাপন প্ৰচাৰ কৰি সন্ন্যাস ল’বলৈ আহ্বান জনোৱাটো এইখন দেশত নজৰবিহীন এক ঘটনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!
জীৱনশৈলী

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

October 20, 2026
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব
জীৱনশৈলী

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

October 20, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
Next Post
‘মে মাহতেই দিয়া হ’ব ৰিজাল্ট’, পৰীক্ষা শেষ নৌহওতেই ৰিজাল্টৰ দিন ঘোষণা…

‘মে মাহতেই দিয়া হ’ব ৰিজাল্ট’, পৰীক্ষা শেষ নৌহওতেই ৰিজাল্টৰ দিন ঘোষণা...

হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য…

হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.