• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

3 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

8 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

8 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

9 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

9 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

10 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

10 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

10 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

10 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

11 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

12 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

13 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

editor by editor
October 2, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম
0
SHARES
571
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আহিন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথি ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে পিতৃপক্ষ৷ পিতৃপক্ষ শেষ হ’ব মহালয়াৰ দিনা৷ পূৰ্বপুৰুষক এই সময়ছোৱাত পিতৃলোক তথা মৰ্ত্যলোকত নিজৰ পৰিয়ালৰ কাষলৈ অন্ন-জল গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷ শাস্ত্ৰ অনুসৰি পিতৃপক্ষৰ এই সময়ত বিভিন্ন উদ্দেশ্য সাধনৰ বাবে এই শ্ৰাদ্ধ বিভিন্ন ধৰণে পতা হয়৷ পিতৃপুৰুষৰ মৃত্যু তিথিত কেনেকৈ শ্ৰাদ্ধ কৰিব লাগে?

শ্ৰাদ্ধৰ বিভিন্ন প্ৰকাৰ
ভৱিষ্য পুৰাণত ১২ ধৰণৰ শ্ৰাদ্ধৰ কথা বৰ্ণনা কৰা আছে৷ এইসমূহৰ মাজত নিত্য, নৈমিত্তিক, কাম্য, বৃদ্ধি, সপিণ্ডন, পাৰ্বন, গোষ্ঠী, শুদ্ধযৰ্থ, কৰ্মাংগ, তীৰ্থ, যাত্ৰাৰ্থ, পুষ্ট্যৰ্থ৷

নিত্য শ্রাদ্ধ
শাস্ত্রমতে কোনো অন্ন, জল, গাখীৰ, কুশ, ফুল আৰু ফলেৰে প্ৰতিদিনে শ্ৰাদ্ধ কৰিলে পূৰ্ব পুৰুষ তুষ্ট হয়৷

নৈমিত্তিক শ্রাদ্ধ
বিশেষ সময়ত এই শ্ৰাদ্ধ কৰা হয়৷ পিতৃৰ মৃত্যু তিথিত এই শ্ৰাদ্ধ কৰা হয়৷ এই শ্ৰাদ্ধক একোদিষ্ট বুলিও কোৱা হয়৷

কাম্য শ্ৰাদ্ধ
কোনো কামনা আৰু সিদ্ধি লাভৰ বাবে কাম্য শ্ৰাদ্ধ কৰা হয়৷ সৌভাগ্য লাভৰ বাবেও এই শ্ৰাদ্ধ কৰা হয়৷

বৃদ্ধি শ্ৰাদ্ধ
শাস্ত্ৰমতে সৌভাগ্য লাভৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷ শ্ৰী বৃদ্ধিৰ কামনাৰে এই শ্ৰাদ্ধ কৰা হয়৷

সপিণ্ডন শ্ৰাদ্ধ
ব্যক্তিৰ মৃত্যুৰ দ্বাদশ দিনত পূৰ্বপুৰুষৰ সৈতে মিলনৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷ মহিলাসকলেও এই শ্ৰাদ্ধ কৰিব পাৰে৷

পাৰ্বণ শ্ৰাদ্ধ
পিতৃ, ককা, আইতা, আজো আইতা, আজো ককাকক উদ্দেশ্যি এই শ্ৰাদ্ধ কৰা হয়৷ পাৰ্বনৰ তিথিত এই শ্ৰাদ্ধ কৰা হয়৷

গোষ্ঠী শ্ৰাদ্ধ
পৰিয়ালৰ সমস্ত লোকৰ সৈতে মিলিজুলি এই শ্ৰাদ্ধ কৰা হয়৷ সকলো সময়তে গোষ্ঠীবদ্ধভাৱে এই শ্ৰাদ্ধ কৰা হয়৷

শুদ্ধযৰ্থ শ্ৰাদ্ধ
পৰিয়ালৰ শুদ্ধতাৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷

কৰ্মাঙ্গ শ্ৰাদ্ধ
কোনো সংস্কাৰৰ সময়ত এই শ্ৰাদ্ধকৰ্ম কৰা হয়৷ কৰ্মাঙ্গ অৰ্থাৎ কৰ্মৰ সৈতে এই শ্ৰাদ্ধ জড়িত হৈ আছে৷

তীৰ্থ শ্ৰাদ্ধ
সকলোসময়তে তীৰ্থসমূহত এই শ্ৰাদ্ধ কৰিব পাৰি৷

যাত্ৰাৰ্থ শ্ৰাদ্ধ
যাত্ৰাৰ সফলতাৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷

পুষ্টৰ্থ শ্ৰাদ্ধ
আৰ্থিক উন্নতি বৃদ্ধি, সুস্বাস্থ্য আৰু পুষ্টিৰ উদ্দেশ্যে এই শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়৷ পূৰ্বপুৰুষৰ মৃত্যু তিথি জনা থাকিলে এই শ্ৰাদ্ধকৰ্ম কৰিব পৰে৷

শাস্ত্ৰমতে কোনো ব্যক্তিৰ মৃত্যু তিথি নাজানিলে কেনেকৈ পিতৃতৰ্পণ কৰিব?

পিতৃপক্ষৰ নৱমী তিথিত সমস্ত মৃত মহিলাসকলৰ শ্ৰাদ্ধ কৰা উচিত৷ ইয়াক মাতৃনৱমী বুলিও কোৱা হয়৷ ৭ অক্টোবৰত মাতৃ নৱমী পালন কৰা হয়৷
পূৰ্বপুৰুষৰ মৃত্যু তিথি জনা থাকিলে সৰ্বপিতৃ অমাবস্যাৰ দিনা এই শ্ৰাদ্ধ কৰিব পাৰে৷ ১৪ অক্টোবৰত সৰ্বপিতৃ অমাবস্যা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Next Post
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.