• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত

দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত

2 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

6 minutes ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

41 minutes ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

1 hour ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

3 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

4 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

7 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

8 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

8 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত

editor by editor
September 10, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত

ভাৰতৰ দুগৰাকী খেলুৱৈৰ দুটা কাহিনী। এজন খেলুৱৈয়ে অযোগ্য ঘোষণা হোৱাৰ ফলত সোণৰ পৰা বঞ্চিত। আন এগৰাকীয়ে অযোগ্য ঘোষণা কৰা নিয়মৰ বাবেই লাভ কৰে সোণৰ পদক। এটা কাহিনী পেৰিছ অলিম্পিকৰ আন এটা কাহিনী পেৰিছ পেৰা অলিম্পিকৰ।

দুয়োটা ঘটনাতে প্ৰভাৱিত ভাৰতৰ খেলুৱৈ। পেৰিছ অলিম্পিকত বিনেশ ফোগাটে মাথো সামান্য ওজনৰ বাবে সোণ লাভৰ পৰা বঞ্চিত হয়। যাৰ বাবে কেৱল খেলুৱৈগৰাকীয়ে নহয়, সমগ্ৰ দেশেই শোক প্ৰকাশ কৰে। বিনেশে মল্লযুঁজৰ প্ৰতিখন খেলত সুন্দৰ প্ৰদৰ্শন কৰি আনকি বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈকো পৰাস্ত কৰি ফাইনেলত সোণৰ পদকৰ প্ৰৱল দাবীদাৰ হৈ পৰে।

কিন্তু মাথো ১০০ গ্ৰাম ওজনে সকলো সপোন ভাঙি চুৰমাৰ কৰি দিয়ে। বহু কষ্ট কৰিয়ো , দেহৰ পৰা তেজ উলিয়াই, খাদ্য-পানী পৰিহাৰ কৰি, চুলি কাটিয়ো ৰেহাই নাপাই আৰু ৫০ কেজি ওজনতকৈ ১০০ গ্ৰাম অধিক হোৱাৰ বাবে খেলত যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হয়। আৰু সোণ পদকৰ পৰা বঞ্চিত হয়।

আনহাতে পেৰিছ পেৰা অলিম্পিকত এগৰাক খেলুৱৈ অযোগ্য ঘোষণা হোৱাৰ বাবেই ভাৰতৰ নৱদীপ সিঙে সোণৰ পদক লাভ কৰে। জেভলীনৰ F41 শাখাৰ খেলত ভাৰতৰ নৱদীপে ইৰাণৰ খেলুৱৈৰ পাছতে স্থান লাভ কৰে।

ইৰাণৰ খেলুৱৈ বেইট ছায়াহ ছাদেঘে ৪৭.৬৫ মিটাৰ দলিয়াই সোণৰ পদকৰ বাবে যোগ্যতা লাভ কৰে। কিন্তু সোণ নিশ্চিত কৰি ইৰাণৰ খেলুৱৈ গৰাকীয়ে ইৰাণৰ ভাষাৰে লিখা ক’লা পতাকা বাৰে বাৰে প্ৰদৰ্শণ কৰে। যি কাৰ্য অলিম্পিকৰ নিয়মৰ বাহিৰৰ। শেষত বাৰে বাৰে তেনে পতাকা দেখুওৱাৰ বাবে পদকৰ অযোগ্য ঘোষণা কৰা হয়।

অযোগ্য ঘোষণা কৰাৰ লগে লগে ৪৭.৩২ মিটাৰ দলিয়াই দ্বিতীয়ত থকা ভাৰতৰ নৱদীপে সোণৰ পদকৰ অধিকাৰী হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PlayerolympicPara OlympicParis Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
Next Post
নিজৰ ঘৰলৈ আহিব বুধ, ভাদ ৰাজযোগত উন্নতিয়েই উন্নতি ৫ ৰাশিৰ জাতকৰ

নিজৰ ঘৰলৈ আহিব বুধ, ভাদ ৰাজযোগত উন্নতিয়েই উন্নতি ৫ ৰাশিৰ জাতকৰ

বিচ্ছেদতেই নতুনত্ব! ডুবাইৰ ৰাজকুমাৰীয়ে বজাৰলৈ আনিছে ‘ডিভোৰ্ছ’ পাৰফিউম

বিচ্ছেদতেই নতুনত্ব! ডুবাইৰ ৰাজকুমাৰীয়ে বজাৰলৈ আনিছে ‘ডিভোৰ্ছ’ পাৰফিউম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.