• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

2 years ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

1 day ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

2 days ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

2 days ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

2 days ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

2 days ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

2 days ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

2 days ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

2 days ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

2 days ago
বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

2 days ago
পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

2 days ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

পেট্ৰল-ডিজেলৰ দামক লৈ আপুনি আৰু বেচি চিন্তা কৰাৰ প্ৰয়োজন নাই

editor by editor
December 30, 2023
in বাণিজ্য
0
আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…
0
SHARES
575
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  পেট্ৰল-ডিজেলৰ দামক লৈ আপুনি আৰু বেচি চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো অচিৰেই প্ৰতিলিটাৰ পেট্ৰল-ডিজেলৰ মূল্য ১০টকা পৰ্যন্ত হ্ৰাস পাব! শেহতীয়া পৰিস্থিতিলৈ চাই এয়া অসম্ভৱ যেন লাগিলেও এয়া মিছা প্ৰচাৰ নহয়। কেন্দ্ৰীয় চৰকাৰে নতুন বছৰত দেশবাসীক এই বৃহত উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰতিলিটাৰ পেট্ৰল-ডিজেলত ৮-১০টকা পৰ্যন্ত দাম হ্ৰাস পাব পাৰে নতুন বছৰত।

পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাসক লৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আলোচনাত বহিছে তেল কোম্পানীবোৰৰ সৈতে। সকলো ঠিকে-ঠাকে থাকিলে জানুৱাৰী মাহতে দেশবাসীক কেন্দ্ৰীয় চৰকাৰে দিব পাৰে এই ডাঙৰ সকাহ। ইফালে আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যও হ্ৰাস পাইছে। এই পৰিস্থিতিৰে সুযোগ লৈ দেশবাসীক কিছু সকাহ প্ৰদান কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ৰ মে মাহৰ পৰাই দেশত পেট্ৰল-ডিজেলৰ মূল্যৰ কোনো সাল-সলনি হোৱা নাই।  বৰ্তমান অসমত প্ৰতিলিটাৰ পেট্ৰলৰ দাম প্ৰায় ৯৮টকা আৰু প্ৰতিলিটাৰ ডিজেল প্ৰায় ৯০টকাত বিক্ৰী হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনা ফলপ্ৰসু হলে অচিৰেই অসমবাসীয়ে ১০কম মূল্যত কিনিব পাৰিব পেট্ৰল-ডিজেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
জীৱনশৈলী

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

November 4, 2025
অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ
জীৱনশৈলী

অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

November 3, 2025
৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?
জীৱনশৈলী

৫ বছৰতেই জমা কৰিব পাৰিব ১৭ লাখ টকা, লাখপতি এই স্কিমত মাহিলী কিমান বিনিয়োগ কৰিব?

November 3, 2025
১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা
জীৱনশৈলী

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

October 30, 2025
Next Post
চলি আছে ৰাজ চক্ৰৱৰ্তী যোগঃ ভাগ্যত প্ৰধানমন্ত্ৰী হোৱাৰো যুগ আছে হিমন্ত বিশ্ব শৰ্মাৰ…

চলি আছে ৰাজ চক্ৰৱৰ্তী যোগঃ ভাগ্যত প্ৰধানমন্ত্ৰী হোৱাৰো যুগ আছে হিমন্ত বিশ্ব শৰ্মাৰ...

পৰেশ বৰুৱাৰ অন্তৰখন শিলৰ নহয়…

পৰেশ বৰুৱাৰ অন্তৰখন শিলৰ নহয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.