• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

5 months ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

4 minutes ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

33 minutes ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

1 hour ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

1 hour ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

5 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

6 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

6 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

7 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

editor by editor
May 15, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰ্চা হৈছিল৷ এইবাৰ সেয়াই সঁচা প্ৰমাণিত হ’ল৷ দাম বাঢ়িল পেট্ৰল আৰু ডিজেলৰ৷ দেশৰ চাৰিখন মহানগৰত পেট্ৰল আৰু ডিজেলৰ দাম লিটাৰত ৩টকাকৈ বৃদ্ধি কৰা হৈছে৷ আজি শুকুৰবাৰৰ পৰাই এই বৰ্ধিত দাম কাৰ্যকৰ হ’ব বুলিও জনাইছে কেন্দ্ৰই৷

পশ্চিম এছিয়াৰ সংঘাত দীৰ্ঘস্থায়ী হ’লে দেশত পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িব পাৰে বুলি সতৰ্ক কৰিছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ সঞ্জয় মালহোত্ৰাই৷ ৰন্ধন আৰু বাণিজ্যিক গেছৰ দাম বৃদ্ধিৰ পাছত পেট্ৰল আৰু ডিজেলৰ দামো কেন্দ্ৰই বঢ়াব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে৷

তেলৰ সংকটৰ কাৰণে বহু পাম্পেই অলিখিত নিয়ন্ত্ৰণ আৰম্ভ কৰে৷ বিভিন্ন ৰাজ্যত পেট্ৰল পাম্পত একেই পৰিণতি৷ দেশজুৰি ইন্ধনৰ সংকট আহিব বুলি আশংকা কৰিছিল বহুজনেই৷ কিন্তু কেন্দ্রই বাৰে বাৰে দাবী কৰিছিল যে দেশৰ তেলভাণ্ডাৰত তেল মজুত আছে উদ্বেগৰ কাৰণ নাই৷

ইয়াৰমাজতেই দেশবাসীৰ ওচৰত ইন্ধন বচাবলৈ অনাহক যাত্ৰা কমাবলৈ আৰু ব্যক্তিগত বাহনৰ ব্যৱহাৰ কমাই ৰাজহুৱা বাহন ব্যৱহাৰৰ আবেদনো কৰিছে৷ বৃহস্পতিবাৰেও একেই আবেদন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ আৰু তাৰপিছতেই শুকুৰবাৰৰ দিনটোত বঢ়োৱা হৈছে পেট্ৰল ডিজেলৰ দাম৷

ইয়াৰ ফলত দিল্লীত পেট্ৰলৰ দাম লিটাৰত ৩টকা বাঢ়ি হৈছে ৯৭.৭৭ টকা৷ কলকাতাত এই দাম হৈছে ১০৮.৭৮টকা, মুম্বাইত ১০৬.৬৮টকা, চেন্নাইত ১০৩.৬৭টকা, অসমত ১০১.২১ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি
বিনোদন

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

October 18, 2026
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?
প্ৰযুক্তি

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

October 18, 2026
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!
বাণিজ্য

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

October 18, 2026
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?
প্ৰযুক্তি

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

October 18, 2026
Next Post
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.