• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

1 month ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

33 minutes ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

1 hour ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

2 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

3 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

4 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

5 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

6 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

editor by editor
January 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিমান দুৰ্ঘটনাত মৃত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ৷ চাৰ্টাৰ্ড বিমানখনে মুম্বাইৰ পৰা বাৰামতীলৈ গৈছিল অজিত পাৱাৰ৷ বাৰামতী বিমানবন্দৰত অৱতৰণৰ সময়তেই ভাঙি পৰে বিমানখন৷ প্ৰাথমিকভাৱে জনা গৈছে যে সেই বিমানখন আছিল লিয়াৰজেট ৪৫ মডেলৰ ভিটি এছ এছ কে বিমান৷ বম্বাৰ্ডিয়াৰ এৰোস্পেছ সংস্থাৰে তৈয়াৰী এই বিমানখন বুধবাৰে পুৱা ভাঙি পৰে বাৰামতীত৷ এই দুৰ্ঘটনাৰ পাছতেই ভাইৰেল হৈছে পুৰণি এক খবৰ৷ লিয়াৰজেট ৪৫ মডেলৰ বিমান পূৰ্বেও দুৰ্ঘটনাত পৰিছিল৷

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ছেপ্টেম্বৰত বিশাখাপত্তনমৰ পৰা মুম্বাইৰ উদ্দেশ্যে উৰাৰ সময়ত দুৰ্ঘটনাৰ কৱলত পৰিছিল এখন লিয়াৰজেট ৪৫ বিমান৷ সেইখনে অৱতৰণৰ সময়তেই দুৰ্ঘটনাৰ কৱলত পৰিছিল৷ তদন্তৰ পাছতেই জনা গৈছিল বিশাখাপত্তনমৰ পৰা উৰাণ স্বাভাৱিকেই আছিল বিমানখন৷ যাত্ৰাপথতো কোনো সমস্যা হোৱা নাছিল৷ বিপত্তি ঘটে অৱতৰণৰ সময়তেই৷ মুম্বাই বিমানবন্দৰত তেতিয়া বৃষ্টিপাত হৈ আছিল৷ দৃশ্যমানতাও কিছু কমি গৈছিল৷ বিমানখনে ২৭ নম্বৰ ৰানৱেত অৱতৰণৰ অনুমতি পাইছিল৷ সেই অৱতৰণৰ চেষ্টাৰ সময়তেই ভাঙি পৰে বিমানখন৷

এই মডেলৰ বিমানসমূহত দুটাকৈ ইঞ্জিন থাকে৷ সাধাৰণতে এই বিজনেছ জেট বিভিন্ন কৰ্পৰেট আৰু ভি আই পিসকলৰ যাত্ৰাৰ বাবে ব্যৱহাৰ হয়৷ এই বিমানখন কম দূৰত্বৰ ভ্ৰমণৰ বাবে উপযুক্ত৷ মুম্বাইৰ পৰা বাৰামতী যোৱাৰ পথত ভাঙি পৰা এই লিয়াৰজেট ৪৫ বিমানখন পৰিচালনা কৰিছিল ভি এছ আৰ ভেঞ্চাৰ্ছ নামৰ এক সংস্থাই৷ এই ভি এছ আৰ ভেঞ্চাৰ্ছৰ বিমান দুৰ্ঘটনাতেই প্ৰাণ হেৰুৱাইছে অজিত পাৱাৰে৷

কি কাৰণে এই বিমান দুৰ্ঘটনা ঘটিল সেয়া এতিয়াও স্পষ্ট নহয়৷ দুৰ্ঘটনাৰ সময়ত সেই চাৰ্টাৰ্ড বিমানখনত আছিল অজিত পাৱাৰসহ ৬জন ব্যক্তি৷ তেওঁলোকৰ মাজত দুজন আছিল উপমুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী আৰু দুজন আছিল বিমানকৰ্মী৷ অসামৰিক বিমান পৰিবহন নিয়ামক সংস্থা ডিজিচিএ জনাইছে যে দুৰ্ঘটনাত ৬জনৰেই মৃত্যু হৈছে৷ দুৰ্ঘটনাৰ কাৰণ বিচাৰি তদন্ত কৰিবলৈ এটা দল বাৰামতী বিমানবন্দৰলৈ পঠিয়াইছে ডিজিচিএ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
Next Post
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন