• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?

মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?

2 years ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

45 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

1 hour ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

2 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

3 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

4 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

4 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

6 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

7 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?

editor by editor
June 10, 2024 - Updated on June 11, 2024
in Uncategorized
0
মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে এন ডি এ জোঁট হিচাপে নতুন চৰকাৰ গঠন কৰিছে৷ নতুন চৰকাৰত ৭১ মন্ত্ৰীক সামৰি লোৱা হৈছে৷ ইয়াৰে ৩০গৰাকী কেবিনেট মন্ত্ৰী আৰু ৫গৰাকী স্বতন্ত্ৰ মন্ত্ৰী আৰু ৩৬ গৰাকীক ৰাজ্যিক মন্ত্ৰী হিচাপে ঘোষণা৷ মোদী কেবিনেটৰ প্ৰথম বৈঠকতেই ঘোষণা কৰা হ’ল কেবিনেট মন্ত্ৰীৰ নামো৷

কোনে পালে কি দপ্তৰ?

মোদী কেবিনেটত অমিত শ্বাহে আকৌ এবাৰ গৃহমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে৷

ৰাজনাথ সিঙে লাভ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীৰ দপ্তৰ৷

নীতিন গাডকাৰীয়ে পুনৰ লাভ কৰিলে পৰিবহন মন্ত্ৰীৰ দায়িত্ব৷

জয়শংকৰলৈ বিদেশ মন্ত্ৰীৰ দায়িত্বই অৰ্পন কৰিলে মোদী কেবিনেটে৷

মনোহৰ লাল খট্টৰে লাভ কৰিলে শক্তি আৰু  নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী পদ৷

নিৰ্মলা সীতাৰমণক পুনৰ বিত্তমন্ত্ৰী ঘোষণা মোদী কেবিনেটৰ৷

জিতন ৰাম মাঞ্জীক দিয়া হৈছে এম এছ এম ই মন্ত্ৰালয়।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক কৃষি মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

বন্দৰ আৰু জাহাজ, জল পৰিবহণৰ দায়িত্ব সৰ্বানন্দ সোনোৱাললৈ৷

অশ্বিনী বৈষ্ণৱে লাভ কৰিলে তথ্য আৰু সম্প্ৰচাৰ, ৰেল মন্ত্ৰালয়ৰ দপ্তৰ৷

চি আৰ পাটিলে লাভ কৰিলে জল শক্তি মন্ত্ৰালয়ৰ দায়িত্ব৷

মনসুখ মাণ্ডবিয়াই লাভ কৰিলে শ্ৰম মন্ত্ৰালয়ৰ দপ্তৰ৷

জে পি নাড্ডাৰ হাতত থাকিল  স্বাস্থ্য মন্ত্ৰালয়ৰ দায়িত্ব৷

চিৰাগ পাছোৱানক ক্ৰীড়া মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান৷

কিৰেন ৰিজিজুক দিয়া হ’ল সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব৷

অনুপূৰ্ণা দেৱীক  মহিলা আৰু শিশুৰ বিকাশ মন্ত্ৰালয়ৰ দায়িত্ব৷

ৰাম মোহন নাইডু বিমান মন্ত্ৰালয়ৰ দায়িত্বত৷

শান্তনু ঠাকুৰ বন্দৰ জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত৷
হৰদীপ সিং পুৰীয়ে পালে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ দায়িত্ব৷

এইচ ডি কুমাৰস্বামী  উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্বত৷

গিৰিৰাজ সিঙে লাভ কৰিলে বস্ত্ৰ মন্ত্ৰ্যালয়ৰ দায়িত্ব

পীয়ুষ গোৱেল- বাণিজ্য মন্ত্ৰালয়

জ্যোতিৰাদিত্য সিন্ধিয়া- দূৰসংযোগ মন্ত্ৰালয়

প্ৰহ্লাদ যোশী- গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়

গজেন্দ্ৰ সিং শ্বেখাৱত-সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰালয়

অৰ্জুনৰাম মেঘৱাল-আইন মন্ত্ৰী

পবিত্ৰ মাৰ্ঘেৰিটা- বৈদেশিক পৰিক্ৰমা ৰাজ্যিক দপ্তৰ

শ্ৰীপদ নাইক- শক্তি মন্ত্ৰালয় (MoS)

টোখান সাহু- নগৰ উন্নয়ন মন্ত্ৰালয় (MoS)

সুৰেশ গোপী- সংস্কৃতি আৰু পৰ্যটন (MoS)

লালন সিং- পঞ্চায়তীৰাজ কল্যাণ মন্ত্ৰালয়, মীন আৰু পশুপালন, দুগ্ধ উদ্যোগ

উল্লেখ্য যে নতুন মন্ত্ৰীসভাত  অন্তৰ্ভুক্ত নতুন মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহত সোমবাৰে সন্ধিয়া প্ৰায় ৫ বজাত  প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জে পি নাড্ডা, পীযুষ গোৱেল, নীতিন গাডকাৰী, নিৰ্মলা সীতাৰমণ, এছ জয়শংকৰ, লালন সিং, জিতন ৰাম মাঞ্জী, শিৱৰাজ সিং চৌহান, চিৰাগ পাছোৱান, গিৰিৰাজ সিংকে ধৰি বহু নেতাই অংশগ্ৰহণ কৰে। মোদী কেবিনেট বৈঠকত পি এম আৱাস যোজনাৰ অধীনত চহৰ আৰু গ্ৰামাঞ্চলত ৩ কোটি ঘৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰিও সকলো ঘৰতে এল পি জি আৰু বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল বৈঠকত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
মিথুন, তুলাকে ধৰি কেইটামান ৰাশিৰ লাভেই লাভ, কোন কোন ৰাশিৰ বাবে আজিৰ দিনটো শুভ?

মিথুন, তুলাকে ধৰি কেইটামান ৰাশিৰ লাভেই লাভ, কোন কোন ৰাশিৰ বাবে আজিৰ দিনটো শুভ?

আমেৰিকাত চলিছে খালিস্তানী নেতা অমৃতপাল সিঙক কাৰামুক্ত কৰাৰ প্ৰক্ৰিয়া! অচিৰেই আমেৰিকাৰ অধিবক্তা পাবহি ডিব্ৰুগড়

আমেৰিকাত চলিছে খালিস্তানী নেতা অমৃতপাল সিঙক কাৰামুক্ত কৰাৰ প্ৰক্ৰিয়া! অচিৰেই আমেৰিকাৰ অধিবক্তা পাবহি ডিব্ৰুগড়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.